পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২৪ অদ্ভূত ৰামায়ণ । হেন অহঙ্কাৰ শুনিয়া আমাৰ উপজিল মনে হাস । মাৰুতি হেনয় বীৰকে। জিনয় তাসম্বাৰ কিনে। সান। দেৱাসুৰ নয় ভয়ে তৰ তৰ দেখিয়া খাৰ বিক্ৰম । হেনয় বীৰক যুদ্ধে জিনিবাক খোজয় নাগ অথম ॥৫২১ পাতাল পুৰত মাৰুতি কিমত্ত নতু জানে ভালমত । এতেকেসে নাগে নাগিনীৰ আগে বচন বোলে মহত । ইথানক প্ৰতি আসোক মাৰুতি দেখোক কেন প্রভাৱ । হেন চিন্তি মনে। আছোহেঁ৷ ইখানে নগৈয়া পিতাৰ ঠাৰ । ৫২২ আসিয়া একল মন্দি নগবল আমাৰ বঢ়াইলা যশ । অাৰু এক ৰাক বোলোহেঁ৷ তোমাক স্থশ্বিৰে তাক চিদ্ভদ।