পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২৪ অন্ধুত ৰামায়ণ । জ'নকী বোলয়, নাহি কিছু ভব, এস্থানে সবে ৰহিয়ো । অসিবে এখন, পবন নন্দন, আনন্দে সবে দেখিয়ো । পাছে বহুমতী আকুলিত মতি, মাৰুতিক দ্বাৰে থৈ । পশিয়া ভিতৰ, বাৰ্ত নিৰন্তৰ, কৈলা জানকীত গৈ । ৫১৬ বোলে সীতা মাৱ, শুনা কুশ লৱ যাস মাৰুতিৰ পাস । আসোক ইঠাই, মোৰ আজ্ঞা পাই, নেদিবে কাহাঁকে ত্ৰাস । পাছে দুয়ো ভাই দুৱাৰক যাই মাৰুতিক দেখিলন্ত । মাৰুতিয়ো দেখি চল চল আখি দুইৰো পদে পড়িলন্ত ।৫১৭ কৈতনো সোমাই আছা দুয়ো ভাই অামাক কৰি অনাথ । তোমাক সুমৰি আছে প্ৰাণ ধৰি কথমপি ৰঘুনাথ ।