পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তৰ্ভত ৰামায়ণ । ১১৯ যিতো পতিব্ৰতা নাৰী স্বামীত ভকত । শুষ্ক ভাবে স্বামী সেৱ। ক সতত । ৪৯৪ সি নাৰীত পৰে উপ কাৰী নাহি মোৰ তাসম্বা গুণে সহি থাকে৷ ভাৰ ঘোৰ । মহা পতিব্ৰতা সীতা স্বামী অনুৰাগী ৰামক সন্তাপ দিয়া আনিবো কি লtগি ॥৪৯৫ ৰা বৰ ৰ ৰোষে সীত! বুলিল৷ ৰিছাট কওঁ যেবে পতিব্ৰতা তুমি দিযা বাট । মনত চিন্তিলো মই অনেক প্র কাৰ ; নপাইলে। উপায় ময় সীতা নামিবাৰ ৪৯৬ ৰাবৰৰ সেই ত যদ্যপি নামো মর তেবে গৈল হন্তে কোন সীতাত প্ৰত্যয় । ৰাঘৱে কি তেবে সীতা লইবে ক আৰ । জানিলো জীৱৰ হৈবে পৰম নিকাৰ ॥৪৯৭ থাকিলেও ৰাঘৱৰ নিমিলিবে সুখ । অ্যামিলেৎ ৰাবৰৰ দুয়ো মতে দুঃখ । নে সাৰ কৰি ময় আনিলে সীতাক তথাপি বোলাহা কেনে আমাক দুর্কাক ॥৪৯৮ পৰম ঈশ্বৰ ৰাম হুয়া অৱতাৰ । ধৰ্ম্মত থাকিয়া ৰামে হৰিলেক সাৰ ।