পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১৮ অটুত ৰামায়ণ । তোগান কৰিতে ক্রোধ মোৰু নুযু তাই । কিন্ত প্ৰভু ৰাঘৱৰ অভয়া আছো পাই । ৪৮৯ স্বামীৰ কাষত যদি অ কাৰ্য্য নিঝম্ম । তথাপি কৰিবে যোগ্য তৃত্যৰ হোৱয়। এতেকে অধোগ্য ময় বুলি আছো যত । ক্ষমিয়োক মাৱ ময় ধৰো চৰণত ॥৪৯ • ক্ষমা নাম ধৰি আছা জগতে বিদিত । ৰে। ষ নকৰিয়া মাৱ হোর। শ|ন্ত চিত্ত । ত্ৰাদ চাড়ি পৃথিবী ভৈলন্ত ৰঙ্গ মন । মনত পড়িল ল ৱ কুশৰ বচন। ৪৯১ সাৰ্থক বুলিলা দুই ভাই সৰ্বজান । ভৈলেক কিছু ব্যথ পালোহে। প্রমাণ । পাছে মাৰুতিক দেবী বুলিলা বচন । সাধু সাধু বীৰ তয় প 1ন নন্দন । ৪ ৯২ সাৰ্থক অঞ্জনা গভে ভৈলি উতপতি । ৰামৰ চৰণে ঘাৰ একান্ত ভকতি । মোহাক তৰ্কিবে লাগি তোহোৰ যুৱাই । যি হেতু জানকী আহিজাছে মোৰ ঠাই ॥৪৯ও কিন্তু অবিচাৰে মোক দোনক দিয়াহা । হোবে নোহে বাপু তুমি বিচাৰিয়া চাহা ।