পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অ’ত ৰামায়ণ ১১৭ শুনা আই কহে। আমি স্বৰূপ তোমাত । মাকতিক প্রতি বুদ্ধি নাহিকে আমাত । ৪৮ ও কেনমতে কোনে তাক কৰিৰে বাৰণ । গঙ্গাক বাধিয়া ৰাখিবেক কোন জন । আকাশৰ বায়ু যেন বন্ধন নযাই । অন্তকক এড়াইবাক আছে কোন ঠাই । ৪৮৫ সেইমতে মাৰুতিকো নিবাৰন্তা নাই। দ্বাৰ মেলি দিয়ে। তাক আসো ক সোমাই । নিদিলেও দ্বাৰ কৰি আসিব আপোনে । নাসিবি এথাক হেন বুলিবেক কোনে । ৪৮৬ যদি সিতে। দ্বাৰ কৰি আপুনিয়ে আসে। ক্রোধ ত থাকিয়া কিব। পুৰিকে বি নাশে । শুনি বস্ত্রমতা দে বী শীদ্ৰে গৈল। চলি । বজ্ৰ পাথৰৰ দ্বাৰ কৰিল| মুকলি ॥৪৮৭ হেন দেখি হনুমন্ত মহা ৰঙ্গমন । দ্বাৰৰ সমীপে যাই বুলিলা বচন । এবে জানো বা মতী দেবী শুদ্ধমতি । শ্ৰীৰামৰ পাদপদ্মে আছয় ভকতি |৪৮৮ ধন্য ধ্য মাৱ তুমি সতীতে উত্তমা । বিসৰি তো মা ক লাগি নপাও উপমা ।