এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অৰ্ভত ৰামা ৰণ ।
১১৩
বহমতী বুলিস ন্ত জন কীক চাই ।
কুমাৰ ৰাখিতে মোৰ হৰাইল উপাই ॥৪৬৪
জানিলে। পাইলেক মোক বড় েতা জঞ্জtলে ।
মাকতিসে পাইলে মোক নাৰাখিবে ভালে ।
পূৰ্ববংন্তে মোক লাগি ক্রোধ আছে৷ জানি ।
অমাৰ স্থান ক তুমি আসিলা যৈসানি ।৪৬৫
এখন মাৰুতি যদি আসে মোৰ ঠাই ।
নজtনো কৰয় মোক কিৰ্মত বিলাই ।
অলপ বয়স দুই তোমাৰ তনয় ।
বিবোল বুলি ল| সবেখানি সত্য হয় ॥৪৬৬
মাৰুতিব সম বীৰ একো স্থানে নাই ।
বুলিলে উচিত কিছু নুহিকে বড়াই ।
মোক ৰাখিবাক আবে চিন্তিয়ো উপাই ।
এহি বুলি কান্দে পড়ি বহুমতী আই ॥৪৬৭
লৱকুশে বোলে মাৱ নুহি বা বিকল ।
হনুমন্তে নাচৰে তোমাৰ অকুশল ।
ধৰম পুৰুষ গৃেহে ৰামত ভকত ।
শক্ৰ কৰি ন!হি তান ইতিনি লোকত ।৪৬৮
কিন্তু ৰাঘৱ ৰ দ্ৰোহী যি পুনু অধৰ্ম্ম ।
তাহাৰ সম্বন্ধি জান। কালান্তক যম ।