পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ ৩৮ অদ্ভূত ৰামায়ণ । সেহিমতে তাহাক কৰাৱে চক্ৰাকাৰ। নপাৰে উশাস ভৈল মৃতক অ কাৰ ৪৩৯ পৃথিবীত আচাড়িয়। পুনুহে। উড়াই যেন ধোবা বস্ত্ৰ ধোৱে উচ্ছাই উচ্ছাই । বিহৰিল হাড় ঘাৰ নাহিকে চেতন । উফড়ি পড়িল যত ফনা মাণিগণ ॥৪৪• মণিৰ প্ৰকাশে ভূমি কৰয় প্ৰকাশ । স্থানে স্থানে দেখি যেন চন্দ্ৰৰ আভাস ' চিন্তন্ত মাৰুতি ইতো বিধিৰ নিৰ্মিত । প্রণে বধিবাক অাক নোহয় উচিত । ৪৪১ জীৱ বিদ্যমানে তাক মাৰুতি এড়িল । উফড়ি পড়িয়৷ মুখে ৰুধিৰ ছাদিল । এডি যোগ সাধ্য বীৰ মাৰুতি প্রচণ্ড। মেব এড়ি বাঝ ভৈল যেহেন মাৰ্তণ্ড । ৪৪২ হেনদেখি বাকীগুণয় মনে মন । কিনো মহা বলৱন্ত বানৰ দুৰ্ত্তন। ময়ো আক বলে নাটে। জানি আছো মনে । তথাপি কৰিবো যুদ্ধ দেবীৰ কাৰণে । ৪৪৩ মায়। বলে শ্ৰজিলেক মহাৰথি গণ । ধৰি অাছে শক্ৰচাপ সম শৰাসন ।