পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অত ৰামায়ণ । ১০ @ গৰ্ব্ব কৰি মাৰুতিক বুলিলা বচন । কুচিত বানৰ জা৷ত অলপিক জন। ৪২৪ কৰিবো নিপাত আজি খনিতেক ৰহ । দুৰ্ব্বাৰ লাঞ্জৰ কোব একবাৰ সহ। মাৰুতি বোলয় তেবে লাঞ্জ হান, তয় । পাছতেসে উচিত ফলক দিবো মই । ৪২৫ যেন আন খন গর্ব নোবোল বচন । হেন শিক্ষা দিবো আজি পবন নন্দন। হেন শুনি তক্ষক ক্ৰোধত কম্পমান । মাৰুতি ক কৰিলেক দাৰুণ সন্ধান । ৪২৬ থৰথৰি কম্পি গৈল পবন নন্দন । তক্ষক ক বুলিলন্ত প্রশংসা বচন । সাধু সাধু বীৰ তয় বড় যশ পাইলি ময় হেন বীৰক এক প্ৰহাৰে কম্পাইলিঃ ৪২৭ হাজাৰে ক ফনা তুলি আছে নাগৰায় । হনুমন্তে খেদি গৈল চৱড় উচ্ছাই | সন্ধানে হানিল কপিৰাজ মহাবীৰ । হাজাৰে ক মাথা তাৰ ভৈলা চিৰtচিৰ । ৪২৮ বিহৰিল ফণা মণি যমক দেখিল । চকু মুখ ধাকি তাৰ ৰুধিৰ বহিল ।