পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(9) যীচুৰ পবিত্ৰ হৃদয় আমাৰ নিমিত্তে এজন ফাদাৰ পঠিওৱা। তলত দিয়া ঘটনাটো কেই বছৰ মানৰ আগতে ওপৰ সামৰ কোনো ঠাইত ঘটাছিল। কিছুমান খ্ৰীষ্টীযান মানুহে বহুত দুৰৰ এখন হাবিৰ মাজত নতুন গাওঁ পাতি বহিছিল গৈ। ফাদাৰে তেওঁলোকক বিচাৰি শেহত কোনো সুং ও নাপাই বহুত দিন তেওঁলোকৰ লগত দেখা কৰিব নোৱাৰি আশা এৰি দিলে।