পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভৈৰা পাইছোঁ। মই তোমাক কওঁ সেই নিৰানব্বৈ জন ধৰ্ম্মৱন্তৰ নিমিত্তে যিবিলাকৰ মন পালটাবৰ আৱশ্যক নহয় সিহতৰ কাৰণে যিমান আনন্দ আছে তাতকৈ বেচি এজন পাপীৰ কাৰণ হব। এজনী মূখ কাউৰীৰ কথা তুমি মুখ কাউৰী জনীৰ গল্প জানানে? মই কওঁ শুনা-এসময়ত এখন বিত এজনী বৰ মূৰ্থ আৰু গত কাউৰী আছিল। তাইৰ বাপেক বুঢ়া কাউৰীটোৱে সদাষ তাইক অনেক ভ ল উপদেশ দিয়াতে। সেই অবাধ্য কাউৰী জন'যে অলপো কাণ-মন দিয়া নাছিল। “মই জ" তাই কব, “মই এতিযা কি কৰিব লাগে মই জানো। তই মনে মনে থাক।” তেতিয়া বুঢ়া কাউৰী টোবে মুৰ ডুপিযাই কলে ‘তই এদিন বৰ আও মৰণে।মৰিবি।” Dan te সেই বুঢ়াই কোৱাৰ দৰে এদিন ঘটিলো। এদিন ৰাতিপূৱা কাউৰীটোৱে খাবলৈ ইফালে সিফালে কিবা বিচাৰি ফুৰিছিল। পাচত এটা সৰু সাপ দেখিলে। তাই কেইবাবাৰো অগিয়ে কোৱা শুনিছিল যে সাপ ধৰা বৰ বিপদৰ কাম। তথাপি তাই অলপো দ্বিধা নকৰিলে। ভাই ভাবিলে “ই এটা কেৱল অকণমান সাপ।” উৰি খোট মাৰি ধৰিলেগৈ। সাপটোৱে উভতি কামোৰ মাৰি দিলে আৰু সেই মুহূৰ্ততে কাউৰীজনী মৰি থাকিল কিয়নো সাপটো বৰ দাইল আছিল। 1 1 উপদেশ—বহুত মানুহ এই মূখ কাউৰী টোৰ নিচিনা। যি তেওঁ লোত কৈ বেচি জানে তেওঁকো মানিব নোখাজে। তেওঁলোকে এই মৰসাহ দিব খোজে আৰু শেহত এই ফল হয়। যেতিয়া তেওঁলোকে শিশি পায় জেনি আৰু কোন আদিল সে