৫ ( ৫ ) যৗচ ভাল ভেৰা ৰীয়া জানে। মই এদিন যীচুৱে কইছিল ‘মই ভাল ভেৰা ৰখীয়া। ভাল ভেৰা ৰখাই শ্ৰো বিলাকৰ নিমিত্তে অপোন প্ৰাণ দিয়ে কিন্তু বেচ- খোৱাই ৰাং কুকুৰ আহিবৰ দেখিলে খেৰবিলাকক এৰি পেলাই চি যায়। মযেই ভাল ভেৰা ৰখীয়া আৰু সকলোকে জানো আৰু সিবিলাকেও মোক ভেৰা বিলাকৰ কাৰণে আপোন প্ৰাণ দিওঁ। মোৰ আৰু ভেৰা আছে যিবিলাক এই গৰালৰ নহয মই সেই বিলাককো আনিব লাগে আৰু ১৯ সেইবিলাকে মোৰ মাত শুনিলে একেটা গঁৰালৰ আৰু একেটা ৰখীয়াৰে হৈ যাব। যিবিলাক খ্ৰীষ্টৰ ওচৰত আহিছিল সিবিলাকৰ মাজত তহচিলাৰ আৰু পাপী মানুহ আছিল সেই কাৰণে ফাৰিচী বিলাকে গোৰ-গোৰাই কইছিল “তেও পাপীবিলাকক গ্ৰহণ কৰে আৰু সিবিলাকৰ লগত খায়। তেতিয়া যীচুবে এই দৃষ্টান্ত দি সিহঁতক কলে “তোমালোকৰ মাজত কোন হয় যে তাৰ এশ ভেৰা আছে আৰু যদি তাৰ ভিতৰত এটা হেৰাই যায় তেন্তে সি মানুহ কি সেই নিৰানবৈটা ভেক তাত এৰি নেয়ায় আৰু যেতিয়ালৈকে তাক নেপায় তেতিয়ালৈকে কি তাক নিবিচাৰে। আৰু যেতিয়াই তাক পায় তেতিয়া সি নিজৰ কান্ধত তুলি লয় আৰু লৈ গই নিজৰ বন্ধুৰিলাৰুক আৰু চুবুৰীয়া বিলাকক মাতি নলয় আৰু কি স্পিকলাকক নয় আমাৰ লগত কাল বা কাৰণ মই মোৰ ৰো ৫
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮৩
অৱয়ব