পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) এই মহৎ সত্য মোৰ মনত পৰিস্ফুট হৈ উঠে। তেৱেই আজি আৰু অন্তু। তেৱেই সকলো বস্তুৰ আদি মূল আৰু শেষ উদ্দেশ্য। যীচু খ্ৰী ই মোৰ ঈশ্বৰ-মোৰ স্ৰজন আৰু পালন কণ’ যি জনে মোক সৃজন কৰিলে তেওঁক মই যিমান দিন জীয়াই থাৰ্কে। তিমান দিন কতজ্ঞতাত আৰস হৈ ধন্যবাদ দিবলৈ বাধ্য। তেওঁ নহলে মোৰ কোনো সাৰতা নাই; আৰু মই সমুহৰ দাতিৰ এমুঠি শুকান ধূলিতকৈও মূল্য হীন। যীচু খ্ৰীষ্ট 'মোৰ ত্ৰাণকা'। আমি ভেড়াৰ দৰে অবাটত চলিছিলো। আমি চয়তানৰ হাতত পৰি অনন্ত ধ্বংশৰ বাটত নাগ বাঢ়িছিলো। কিন্তু চোলা! ঈশ্বৰ পুত্ৰৰ আমাৰ প্ৰতি দয়া উপজিল আৰু আমাৰ মুক্তিৰ কাৰণে সৰগৰ পৰা নামি আহিল। তেওঁ কেনেকৈ আমাক মুক্তি দান দিলে? কুচৰ ওপৰত নিষ্ঠুৰ যাতনাৰ মৃত্যু অবলম্বন কৰি। যীচু খ্ৰীষ্ট ‘মোৰ গুৰু। এই সংসাৰত আমাৰ অনৈক গুৰু আছে; কিন্তু যি আমাক স্বৰ্গ পৃথ দেখুৱাৰ পাৰে তেনে গুৰু এজন হে। তেওঁ আমাৰ অভান্ত ৰু। তেওঁ সত্য পথৰ গুৰু আৰু এই সংসাৰৰ গুৰু সকলৰ দৰে ভুল ভ্ৰান্তি কৰিব নোৱাৰে। যী ৪ তামাৰ চিকিৎসক '। তেওঁ মোৰ অন্তৰৰ সকলো বেমাৰ বেদন! জানে। তেওঁক যদি মাত্ৰ দেখুৱাওঁ তেন্তে তেওঁ ভাল কৰিবলৈ সা”। তেওঁৰ এক স্বৰ্গ য় ঔষধ আছে যাৰ দ্বাৰা মোৰ আত্মা ৰঙ্গা হলেও চাফা কৰি বৰক্ষৰ নিচিনা পৰিষ্কাৰ কৰিব পাৰে। যী, খাস ' মোৰ ভাই'। তেওঁ মোৰ ওচৰ হাৰ কাৰণে নিজকে নম কৰিছে। তো মোৰ সৈতে মোৰ দুঃখ লাঘব কৰিবৰ কাৰণে স্বৰ্গ- মুখ ত্যাগ কৰছে। এতিয়া তেওঁৰ স্বৰ্গীয়, পি? মোৰ নিজ পিতৃ হৈছে আৰু তেওঁৰ স্বৰ্গয় সম্পূৰ্ণ অংশ পাবৰে। মই পৈতৃক অধিকাৰ পাইছে। সীy, খ্ৰীস্টই মোৰ প্ৰেম, মোৰ জীবন আৰু সকলো'। তেওঁৰ বিহনে মই পানী নোহোৱা মাছৰ নিচিনা; আকাশ-বতাহ নোহাৱা চৰাইৰ নিচিনা। তেওঁৰ বিহনে মোৰ হৃদয়ত শান্তি নাই। তেওঁৰ লগত মই সুখী, মই পবিত্ৰ, মই শক্তিশালী। সচাকৈয়ে যীচু খ্ৰীষ্ট মোৰ নিমিত্তে সকলে।