পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসীয়ৰ ভাগ ২য় বাৰ্ষিক মূল্য ৭০ অনা। সংখ্যা ১০ বন্ধুৰ বাণী । যীচু খ্ৰীষ্ট আমাৰ নিমিত্তে কি? এদিন মই কিছুমান হিন্দু মানুহৰ আগত আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে ধৰ্ম্মোপদেশ দি আছিলো আৰু মই তেওঁ লোকক কৈছিলে কেনেকৈ তেও আমাৰ প্ৰতি মহৎ স্নেহৰ কাৰণে ইমান যাতনা ভোগ কৰিছিল। তেওঁলোকে দুখন কাণেৰে মাত্ৰ সেই কথা শুনিছিল; তেওঁলোকৰ অন্তৰ ৰুদ্ধ আছিল আৰু সেই কাৰণে প্ৰভুৰ উপদেশে তেওঁলোকৰ মনত কোনো ভাল অ'চনি দিব নোৱাৰিলে। মই থিক যাব ধৰোতে সেই শ্ৰোতাবিলাকৰ এজনে আহি মোক সুধিলেহি “বাৰু! আপুনি যীচু খ্ৰীষ্টৰ বিষয় যি কৈছে ভালেই কৈছে : কিন্তু মোক আপোনাৰ অন্তৰ খুলি কওকচোন যাচু খ্ৰীষ্ট আপোনালোক কাৰণে কি?” মই ৰৈ একাষাৰ মাত্ৰ কথা কলো “সলো"। সচাকৈয়ে, যীচু খ্ৰীষ্ট মোৰ নিমিত্তে সকলে যিমানেই মই এই কথাৰ বিষয়ে চিন্তা কৰ তিমনেই 1