পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

@ তৃতীয় অধ্যায় মণ্ডলীৰ ইতিহাস Count l আচল গিজ্ঞ কোন টো? লুথেৰান, বাপটিষ্ট, এট, পী, জা আৰু অন্য প্ৰস্টেট মিশনৰ খ্ৰীষ্টান- বিলাক গিৰ্জাৰ সন্তান হয় নে? সিবিলাক নহয়, কাৰণ সিবিলাকে পোপ আৰু বিশপ সকলৰ কথা নুশুনে। তেওঁলোকৰ যীচু খ্ৰীষ্টৰ দ্বাৰা স্থাপিত হোৱা চক্ৰামেণ্ট নাই। যাচুৱে কইছে যে যিবিলাকে পাচনি বিলাকৰ কথা শুনে আৰু পোপ আৰু বিশপ সকলৰ আদেশ মানে তেওঁবিলাকে তেওঁৰেই কথাকেহে শুনে আৰু যিবিলাকে সেই সকলৰ কথা নামানে তেওঁ বিলাকে তেওঁৰেই কথাকেহে নামানে। তেন্তে প্ৰটেষ্টেণ্ট বিলাকে ঈশ্বৰৰ আজ নামানে। সিবিলাকে নিজকে খ্ৰীষ্টান বুলি কয়, কিন্তু সিবিলাক আচলতে মৰা খ্ৰীষ্টান হে। যদি তুমি হাধিলৈ গই এডাল গছ কাটা তুমি দেখিব। যদিও সেই ডাল গছ হয় কিন্তু সি ঠিকৰূপে বাঢ়িব পৰা নাই আৰু তাত বেচি ডাঙ্গৰৰ নহয়, কেই বছৰ মানৰ পাচত তুমি তাক কাটি পেলাবা নতুবা পুৰি পেলাবা। তেনেকুৱাই ঈশ্বৰে সেই খ্ৰীষ্টান বিলাকৰ কৰিব।