পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১ ) ৰেং ফাদৰ মিএল এ” আমেৰিকা দেশৰ উত্তৰ ফালে মেক্সিকো দেশ। তাত এয়নিক কাথলিক। কিন্তু ১০ বছৰ আগেয়ে দেশৰ শাসন কেইজনমান দুষ্ট মানুষ হাতত পৰিছিলহি। সিহঁতে কাথলিক ধৰ্ম্ম পানী কৰিব মনেৰে ফাদাৰ আৰু বিচপ বিলাকক দেশৰ পৰা খেদাই দিয়াই সকলে গীৰ্জা ঘৰ বন্ধ কৰালেগৈ ফলত খ্ৰীষ্টানবিলাকৰ নিমিত্তে চাক্ৰামেই গ্ৰহন কৰা, মিচ্চা গুনা, গীতা ঘৰতত সোমোৱা অসম্ভব হৈ পৰিলহি। এনে দুৰ্ভাগীয় দেশত মিখা এল প্ৰ নামেৰে এজন নিৰ্ভয় ফাদাৰ আছিল তৎক্ষণাতে এৰিবৰ আজ্ঞা পাই, লাখ লাখ খ্ৰীষ্টান নিৰুপায় ত্যাগ কৰিবলৈ সহ নকৰি, ছদ্মবেশ ধৰি তেখেতৰ তাত থাকিলগৈ। দুষ্ট শাকৰ্তাই বাধা দিয়াতে তেখেতে যতে ততে মিচ্চা বলিদান উৎসৰ্গ কৰিছিল, পাপস্বীকাৰ শুনিছিল, আৰু ঘৰে ঘৰে পবিত্ৰ কমুনীয় বিলাইছিল। পুলিচে তেখেতক ধৰিবলৈ চেষ্টা কৰি দিনে পতি তেওঁৰ পিচ ধৰিছিল- গৈ। সকলে মিছ; কাৰণ তেখেত প্ৰায়েই ফাঁকিফুকাকৈ সাৰিছিল। এবাৰ দৈবাৎ তেওঁ এখন মকানত মিচ্চা বলিদান উচৰ্গা কৰে, এনেতে লিচ অহা গম পায়। তাতে তেখেতে ততাতৈয়াকৈ সকলে লুকাই পেলায়, আৰু আটাইবিলাকক লৰিকৈ যাবলৈ কৈ, নিৰ্ভয়ে পুলিচক অভ্যাৰ্থনা কৰিবলৈ ওলালগৈ। পুলিচে তেওঁক ঘৰৰ গৰাকী বুলি ভাবি, তেওঁক মাকানৰ ভিতৰত পুৰোহিত আছে নে নাই সুধিলেগৈ। ফাদাৰে তাত কোনো পুৰহিত নাই বুলি, সিহতক ঘৰৰ ভিতৰত আনি, সকলো কোঠালি দেখুৱাইছিল। তাৰ পিচত সিহতক ভাল দৰে বিদায় দিলেগৈ। এদিনাখন তিনিজন মানুহে হঠাৎ অৱগন নামেৰে শাসনকাক আক্ৰমণ কৰিলে, পুলিচে এই ঘটনা ঘটাত, ছল পাই, ফং প্ৰকেই দোষী কৰিলে। ৰাতিৰ সময়ত তেওঁক ধৰি ফাটাকত পেলাই দিলে। আৰু কেইদিমানৰ পিচত, গোচৰ বা বিচাৰ নোহাৱাকৈয়ে বন্দুকেৰে তেওঁক বধ কৰিলে। কিন্তু মৰিবৰ আগেয়ে অলপ প্ৰাৰ্থনা কৰি আৰু সকলোকে ক্ষমা কি যীচু খ্ৰীষ্ট ৰাৰু জয় চিয়ৰি আত্মবিলাকৰ ত্ৰাণৰ নিমিত্তে প্ৰাণ দিলে। হে ছু, আমাৰ আচল ৰজা, আমাকে এনেকুৱা ভাল খ্ৰীষ্টান। .