পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১১ ) কাথলিক মণ্ডলী শিক্ষা ধাম্মিক লােকসকলৰ সহভাগিত্ব মণ্ডলী ; ET DO মগুলী তিনিটা ভিন্ন। ভিন্ন ঠাইত পােৱা যায় অর্থাৎ স্বৰ্গৰ মণ্ডলী জয়ী মণ্ডলী নামে, শুচ্যপ্তিৰ মলী দুঃখিত মণ্ডলীৰ নামেৰে আৰু ইহলােকৰ তাৰ নাম ৰমুৱা মণ্ডলী। স্বৰ্গৰ, শুচ্যগ্নিৰ আৰু পৃথিবীৰ সভ্য লগ লগাের। হৈ যীচু খ্রীষ্টৰ সৈতে একমাত্র দল আৰু জাক; তাৰ অৰ্থ এই যে তেওঁবিলাকৰ মাজত পবিত্র বন্ধু, প্রিয় সমাগম আৰু হিতকাৰ্য্য- বোৰৰ সলনা সলনি। পৃথিবীৰ বিশ্বাসীবিলাকৰ সভাগীত্বৰ অৰ্থ এই যে তেওঁবিলাকে এক সম বিশ্বাস গ্রহণ কৰি এক সম ক্ষমতাৰ আদেশ মানি ইজনে সিটোক ভাল কাম আৰু প্ৰাৰ্থনাৰ দ্বাৰা সহায় কৰে। এই কাৰণে আমালোকে স্বৰ্গৰ ধাৰ্ম্মিকলােকৰ সহভাগিহত আঙ্গ- লােকে মণ্ডলীৰ মহিমা পােৱা সভ্যৰ নিচিনা তেওঁবিলাকক সন্মান কৰি তেওঁবিলাকৰ সহায় খোজোঁ। তেওঁবিলাকেও আমালােকৰ নিমিত্তে প্রার্থনা কৰে। অামালােকৰ প্রার্থনা আৰু হিতকাৰ্যৰ দ্বাৰা আমালােকে শুচতি থকা আত্মবিলাকক সহায় কৰিব পাৰে।; এই দেখি আমালােকে।

তেওঁবিলাকৰ সহভাগিকৃত।