পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৯ } মীৰ সহায়ৰ ৰা আমি সঙ্গে স্বৰ্গ পাব পাৰে। কিন্তু গো- লোকে শুনা -মণ্ডলী যদিও এখন জাহাজৰ নিচিনা কিন্তু তাকে নেক এজনী সৰু পোৱালী থকা কুকুৰাৰ নিচিনা। তেওঁ সদায় পোৱালিবোৰৰ লগত থাকি সেই বোক খুৱায় আৰু সহায় কৰে। তেওঁ সিহঁতৰু চিলৰিৰ পৰ, আৰু সাপৰ পৰা ৰক্ষা কৰে আৰু সিহঁতক বাট দেখুৱায়, ঠিক তেনেকৈ আমাৰ নিমিত্তে মলী আমাৰ ভাল মাতৃ। আৰু এই সংসাৰৰ সকলো খ্ৰীষ্টীয়ান আমাৰ ভাই যদিও সিবিলাকৰ আন ভাষা আৰু সিবিলাক আন জাতৰ মানুহ আৰু যদিও সিবিলাক বগা বা কলা তথাপি সায় আমাৰেই ভাই আহা আমি আমাৰ ঈশ্বৰক ধন্যবাদ দিওঁ কাৰণ আমাক খ্ৰীষ্টীয়ান হবলৈ মাতিছে কাৰণ আমালোকৰ নি মতে সকলোতকৈ ডাঙ্গৰ অগ্ৰহ আমাৰ ঈশ্বৰ অমাক দান ‘দছে। আহ। আমি সকলোৱে মণ্ডলীৰ উম সন্তান হৈ তেওঁৰ কথা শুনিবলৈ সাজু থাকোহক। 1 —যিবিলাক লৰাই সৰু কালৰ পৰা কাম অভ্যাস নকৰে, লোকে গোটেই জীৱন এলেহুৱা হৈ কটাব লাগিব। তেওঁ বিলাকে, পিতৃ- মাতৃ, পৰিয়ালৰ আৰু দেশৰৰ দুনাম, অপমান আনিব; আৰু তেওঁবিলাকে নাৰ আত্মাকে হেৰুৱাব পাৰে। -অহঙ্কাৰী ছাত্ৰ আও মুৰ্থ। --সাৱধান হোৱা যাতে চয়নে তোমাক কেতিয়াও নৱ হৈ থকা সেপায়। -