পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৮ ) বাইবেল আমাৰ নিমিত্তে যথেষ্ট নে? আমি শুনিছোঁ সৰং ভাগ প্ৰটেষ্টানে কয় যে আমাৰ বাইবেলখন আছে সেয়ে মোৰ পক্ষে যথেষ্ট। মোক শিক্ষা দিবলৈ কাকো প্ৰয়োজন নকৰে। ময় যেতিয়া বাইবেল খন পঢ়িম পবিত্ৰ আত্মাৰ পোহৰে মোক সকলো বুজাব দিব। সেইয়ে স। নে? এই ছবিখনিলৈ চোৱা তাতে ইয়াৰ উত্তৰ দেখিবলৈ পাবা। 2 ৰথৰ ওপৰত বহি এজন মানুহে এখন কিতাপ পঢ়ি থকা দেখিব পোৱা। সেই মানুহজন কালাকাঁ নগৰৰ ৰাণীৰ মন্ত্ৰী, সেই মানুহজনে যদিও বাইবেলখন পঢ়িছে তাৰ অৰ্থকে একোবেই বুজিব পৰা নাছিল। তেওঁ এজন অতি ধাম্মিক লোক দেখ, ঈশ্বৰে তেওঁৰ ওপৰত দৰ পৰবশ হৈ তেওঁক বাইবেলখনৰ সকলো বিষয় বুজাবৰ কাৰণে পানি ফিলিপক তেওঁৰ ওচৰলৈ পঠিয়ালে। তাৰ পিচত তেওঁ সকলো জি ও বিশ্বাস কৰি বাপ্তাইজিত হল। (পাচনি ক ৮-২৮) । আমি ইয়াৰ পৰা কি শিক্ষা পাও? বাইবেলখনই আমাৰ পক্ষে যথেষ্ট নহয়। এই সকলো বিষয় আমাক বুজাবলৈ কোনো এজন থকা উচিত। যীচুলে পাঁচনি সকলক কৈছিল ষে যোৱা সকলো জাতিকেই ধৰ্ম্ম শিক্ষা দিয়া তেওঁ কোৱা নাছিল যোবা সকলো মানুহৰ মাজত বাইবেল বিলায় দিয়া। আমালোক কেলিকে প্ৰথমে যাচুত বিশ্বাস, পাছত বাইবেল , আমি, পাঁচ গৰুৰ উত্তৰাধিকাৰী হোৱা সকলৰু মানে যি সকলে খুৱাবলৈ ও শিক্ষাদিবলৈ ক্ষমতা পাইছে। ।