পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৭ ) বাপ্তিস্মা । 1 বাপ্তিস্ম এটা চাক্ৰমেন্ট, যি আদি পাপৰ পৰা আমাক পৰিস্কাৰ কৰি আমাক খ্ৰীষ্টিয়ান, ঈশ্বৰৰ সন্তান, মণ্ডলীৰ সভ্য আৰু স্বৰ্গৰ উত্তৰাধিকাৰী। বাপ্তিস্মাই বাস্তবিক পাপবোক ক্ষমা কৰে , অৰ্থাৎ যি পাপ আমি বাপ্তিস্মাৰ আগেযে কৰিচে॥ সকলো দণ্ডক সহে বাপ্তিস্মাৰ দ্ৰব্য পানী। তাৰ কথা ' মই তোমাক বাপ্তিস্মা দিও, পি, পুত্ৰ আৰু পৰিত্ৰাত্মাৰ নামত। বস্মািৰ সাধাৰণ শু*ষা কৰোতা পাদি, কিন্তু আৱশ্যক হলে কোনো এজন হব পাৰে। এই দেখি কেনেকৈ দিব লাগে তাক জনা সকলো মানুহৰ লাগল। কিমান ধা? বা চিষ্টাৰ বিলাকে অনেক মৃত প্ৰায় শিশুবিলাকক স্বৰ্গৰ দুশৰ খুলি দিছে। আমিও পাৰিলে সুজোগ পালে এই দৰে কৰব পাৰে। এজন ইংৰাজী চিপাহী দিনে দিনে সমুহৰ দাতিত ফুৰিগে যি পিয়াহ খোৰা সন্তান বিলাকক এৰিদিয়া হৈছিল সিহতক বাপাইজিত কৰিছিল। বাপিস্যা এইদনে 'দয়া হয়, সন্তান শিশুৰ মুৰত পানী ঢালি কব “ মই তোক বা পাইজিত কৰো; পি, পুত্ৰ আৰু পবিত্ৰাত্মৰ নামত। বাপ্তিস্ম।দযাৰ সাধাৰণ নিযম , পানী আৰু শিশুৰ শৰীৰক চুব- লগীয়া। যি জনে পানী ঢালি দিছে তেওঁৱেই কথা কব। যি নে ৰাপ্তি। দিছে মণ্ডলী আৰু যীচু খ্ৰীষ্টৰ ভাব অনুসৰি দিব লাগে তেনেহলে বাপ্তিস্মা গ্ৰহণ কৰা যাব। বাপ্তিস্ম লবৰ নিমিত্তে বিশ্বাসৰ মূল শিক্ষা, পাপৰ অনুতাপ আৰু চাকামেট লবলৈ ইচ্ছা সেই সকলো ডাঙ্গৰ জনা বিলাকৰ আৱশ্যক। ধৰ্ম্ম পিতৃ কাথলিক হব লাগে। তেওঁ সাৱধান ৰূপে চাব যে শিশুৱে কাথলিক ধৰ্ধাৰ শিক্ষা পাব আৰু তাইৰ নিয়ম বিধি অনুসৰি চলিব। .