পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৯ ) মহাদূত সাধু মিখায়েল। আমি বাইবোলত এই প্ৰধান দুঃ জনৰ কথা পটিছে। যেতিয়া লুচিকাৰ আৰু তেওঁৰ অনুসৰনকাৰী বিলাকে ঈশ্বৰৰ বিৰোদ্ধে থিয় দিছিল, তেওঁ সিহতৰ বিৰোৱে গৈ কৈছিল,- ঈশ্বৰৰ নিচিনা কোন ’ লুচিফাৰ পৰাস্ত হল আৰু নক লৈ পেলোৱা হল। এই চবি খনলৈ চোৰা। তুমি তাত সাধু মিখাযেলক হাতত এখন লঘু তৰোৱাল লৈ ঈশ্বৰৰ নিচনা হবলৈ বিচৰা অহঙ্কাৰী লুচিফাৰক ভৰিৰে গচকা মাৰি ধৰি থকা দেখা পাবা। সাধু মিখায়েল, দূত বিলাকৰ নেতা ঈশ্বৰৰ বৰ বিশ্বাসী আছিল। তেওবেই কাথলিক গিৰ্জাৰ ৰক্ষা কৰা। তেওঁ ইয়াক সকলো বিলাক শত্ৰুৰ গতৰ পৰা ৰক্ষা কৰিছিল। তেও সদাই ঈশ্বৰৰ শত্ৰু আৰু দুষ্টাত্মা বিলাকৰ বিৰোদ্ধে যুদ্ধ কৰিছিল। যেতিযা আমাক চয়নে লোভ দেখুবাই তেতিয়া আমি নিশ্চয় সাধু মিখায়েল আমাক সহায় কৰিবলৈ মাতিম। সাধু মিখাযেল আমাৰ কাষলৈ আহিলে চ্যনে আমাৰ বিৰোদ্ধে একো কৰিব নোৱাৰিব। সদায় পবিত্ৰ মিচ্ছাৰ পাচত পুৰোহিতে এই সুন্দৰ প্ৰাৰ্থনা কবে। প্ৰাৰ্থনা- হে মহাদূত সাধু মিখাযেল, যুদ্ধৰ সময়ত আমাক ৰক্ষা কৰা, চনৰ জাল আৰু দুষ্টাৰ বিৰোদ্ধে আমাৰ আশ্ৰয় হোৱা। প্ৰভূ। তাক আজ্ঞা কৰক: আমি বিনয়ৰ সৈতে প্ৰাৰ্থনা কৰে। আৰু তুমিহে স্বৰ্গীয় দৃষ্টৰ নে। ঈশৰ শক্তিৰ ৰা চান আৰু আন আন যি মুখ ভাঙ্গা বিলাক আত্মাৰ বংশৰ কাৰণে পৃথিবী ফুৰে, সেই বিলাকক নকত পেলোৱা-আমেন। 1