পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ সংশোধনৰ প্ৰয়োজন নাই

এচিচিৰ মৰমৰ সাধু ফ্ৰান্সিচ! তুমি কুচত মৃত্যু হোৱা আমাৰ
প্ৰভু যীচু খ্ৰীষ্টক খুব ভাল পোৱা; আমাৰ অন্তঃকৰণেৰে
তেওঁক ভাল পাবলৈ আমাক শিকোবা।