সমললৈ যাওক

পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬ ) কাথলিক মণ্ডলীৰ শিক্ষা ক) প্ৰেমৰ দহ আভা 1 আমি ঈশ্বৰক প্ৰেম কৰিবলৈ বাধ্য, এই কাৰণ যে তেওঁৰে অসীম ভাল নিজে নিজে আৰু আমাৰ প্ৰতি। আমি ঈশ্বৰৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰতি প্ৰেম দেখুৱাম। এই আদেশ বোৰৰ ভিতৰত তিনটি আমাৰ বাধ্যতা প্ৰথমটো ঈশ্বৰৰ প্ৰতি, দ্বিতীয়টো নিজৰ আৰু আনটো নিজৰ ওচৰ চুবুৰিয়াৰ প্ৰতি কৰ্তব্য কাম দেখুৱাইছে। প্ৰথম আজ্ঞাঃ- প্ৰথম আজ্ঞা অনুসৰি আমি বিশ্বাস, ভৰসা, প্ৰেম আৰু ধৰ্মেৰে এক সত্য আৰু জীবিত ঈশ্বৰক পূজা কৰিবলৈ বাধ্য। বিশ্বাসৰ অহিতে পাপ এইবোৰ : অসত্য ধৰ্মব্ৰত, ইচ্ছুক আশঙ্কা অবিশ্বাস, বিশ্বাসৰ মতৰ জুই আৰু মণ্ডলীৰ উপদেশৰ জগৰীয়া অজ্ঞানতা। যেতিয়া আমি বিশ্বাস হেৰুৱাবলৈ নিপাত যাও তেতিয়া আমি আত্মিক বাধ্যতা, অৰ্থাৎ চামেন্টবোৰ শৰিৰ মিহ, দৈনিক প্ৰাৰ্থনা, নিজ আত্মাৰ মিমাং, শলাগাৰ প্ৰাৰ্থনা সাদৰ, অসাৱধানতা কৰাঃ এই দৰেই বেয়াকিতাপ, অকাথলিক স্কুল অহা যোৱা কৰিলে, আৰু অসত্যধৰ্ম্মৰ সৈতে থাকিলে সেই সকলো পাপ। মিয়াৰ লিক পাপ ঘূৰি ঘৰ আশ না ট +