পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৫ ) ফিলিস্তিয় বিলাকৰে সৈতে যুদ্ধ হ’ল। দাবিৰ সকলো ভাতৃয়ে ভাত যোগ দিলে। এদিন দাবিদৰ বাপেকে তাৰ ককায়েক হতঁৰ খবৰ লবলৈ দাবিক শিবিৰলৈ পঠালে। দাবিদ শিবিৰত থাকোতেই গোলিয়াথ নামে ফিলিয়ি 1 বিলাকৰ মহাৰীৰে যীহুদি বিলাকৰ সম্মুখলৈ আহি ক'লে, “তোমালোকৰ এজনক মনোনীত কৰা। তেওঁ মোৰৰে সৈতে যুদ্ধ কৰক। তেওঁ মোক বধ কৰিব পাৰিলে আমি তোমালোকৰ দাস হম; কিন্তু মই তেওঁক বধ কৰিলে তোমালোক আমাৰ দাস হব লাগিব। তাৰে সৈতে যুদ্ধ কৰিবলৈ কোনেও সাহ নকৰিলে। তেতিয়া দাবিদে ক'লে “ময়েই তাৰে সৈতে যুদ্ধ কৰিম”। দাবিদে নলাৰ পৰা পঁচটা ডলি উলিয়াই লাথি আৰু ফিঙ্গালৈ গোলি- যাথৰ সন্মুখলৈ গ'ল। গোলিয়াথে তাক দেখি ক'লে “মই কুকুৰ নে যে লাথি লৈ মোৰ ওচৰলৈ আহিছ”? দাবিদে উত্তৰ কৰিলে “তই খড়গ আৰু ঢাল লৈ আহিছ; মই প্ৰভুৰ নামত আহিছে৷ দাবিদে এটা ডলি লৈ ফিঙ্গাৰে গোলিযাথৰ গালৈ মাৰিলে। ডলিটো মোৰ কপালত পৰি সোমাই গ'ল। সি মাটিত পৰিল। দাবিজে গোলিয়াথৰ খড়গ লৈ তাৰ মুৰ কাটিলে (এতিয়াৰ পৰা) (

। ‘সজ নিয়ম”। ১। পৃহিলাতে অনুমতি নোখোজাকৈ আন মানুহৰ ঘৰত নোসোমাবা। ২। আন মানুহৰ আগত তোমাৰ টেটু পৰিস্কাৰ নকৰিবা বা থুই নেপেলাব। ৩। যেতিয়া তুমি মানুহৰ মাজত থাকা নেমিয়া বা বাহু বলি