পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬৮ )


কিন্তু সি অতি স্বৰূপ তাত ঘণ্টা বজালেও তাৰ মাত নুশুনি বা, কোন জন্তু তাত থাকিব নোৱাৰিব চাকিও ন জলিব আরু ধোঁয়াও ওপৰলৈ নুঠি্ব‌।

 আমেৰিকা, দেশৰ ফ্ৰাঙ্কলিন্ নামে এজন সাহাবে বজ্ৰ নিবা ৰণ কৰিবলৈ এক যন্ত্ৰ প্ৰকাশ কৰিলে। ঘৰতকৈ ওখ এডাল দিঘল লোৰ শলাক কৰে আরু তাৰ আগ গোটেই সৰ কৰে পি চে ঘৰৰ ওচৰত মাটিত তাক পোতে। বজ্ৰ ঘৰৰ ওচৰলৈ আহিলে সেই লোৰ শলাকাত পৰে আরু তাৰে গৈ মাটিত সোমায় কিন্তু ঘৰত প্ৰবেশ নকৰে।


 টেলিগ্ৰাফ যন্ত্ৰ ৰাজ কৰ্ম্ম লৈ বৰ ভাল কিয়নো তাৰ দ্বাৰা সম্বাদ অতি সোনকালৈ পোৱা জায় তাৰ আকাৰ এই।

 এখন বৰ কাঠা্ম‌ত খিলিকিৰ ঝিল মিলিৰ দৰে কাঠৰ চলাকৈ জৰিৰে সকলো ফালে লৰাব পৰা কৈ দিয়ে এই বোৰৰে ফলিৰ সক লো বোৰ আখৰ আরু দহোটা অঙ্কৰ চিন আচে আরু আৱশ্যক২ চাই কেত বোৰ কথাও আচে; এই দৰে আঠ্‌ দহ মাইল অন্তৰে একোখন টেলিগ্ৰাফ থাকে পিচে এটাৰ পৰা আন