সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫৩ )


ঘৰ সাজিব জনা হলে এনে নকৰিলে হঁতন তোমাৰ ঘৰত যি সকল দ্ৰব্য আচে তাক এদিন চাই ভাবি চাবা পিচে তুমি জানিবা যে তুমি অসভ্য দেশত জন্ম নধৰাৰ সলনি ঈশ্বৰৰ ধন্যবাদ কৰিব পোৱা, অসভ্য মানুহে দোডোখৰ কাঠ ঘহিঁ জুই তোলে, কিন্তু আমি চুম্‌কি সিল এডোখৰ তিখাত ঘহিঁ ততালিকে জুই তোলোঁ, আরু দিয়া সলাই ঘঁহিও পাৰোঁ। অসভ্য লোক বিলাকৰ বহিবলৈ দলিচা মাচিয়া বা সুবলৈ বিচন৷ নাই আরু খাবলৈ ৰান্ধিবলৈ বাচন আরু মম বাতি ইত্যাদি একো বস্তুৰ কথা ভু নাপায়। কিন্তু এই সকল নহলে আমি থাকিব নোৱাৰোঁ এতেকে তাৰ নিমিত্তে আমি ঈশ্বৰত কৃতজ্ঞ হব পাঁও।

তোমলাক এতিয়া সৰুয়ে আচা আরু ডাঙ্গৰ হলে যি কথা ভাবিবা তাক এতিয়া নেভাবা, মোৰ দ্বিপ চকুলৈ চোৱা, তাৰ পৰা তোমোলাকৰ একে৷ গুণ নহয় কিন্তু মোলৈ বৰ উপ কাৰক। মানুহ বিলাক বুঢ়া হলে লেখি থবৰ যোগ্য অনেক কথা জানে কিন্তু সিবিলাকৰ চকুৱে ভালকৈ নেদেখাত দ্বিপচকু নোহোৱাকৈ লেখিব নোৱাৰে। দ্বিপচকুৱে বুঢ়া মানুহক ডেকা চকু দিয়ে। দ্বিপচকু যেনেকৈ কৰে তেনে ভালকৈ দেখি৷

 ইংগ্লণ্ড দেশৰ পূৰ্ব্ব কালৰ লোক বিলাকে দ্বিপচকুৰ কথা ভূ নাপাইচিল আরু ময় আন যি সকল বস্তুৰ কথা কম তাকো নেজানিচিল।