পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেপে। হেটাওপৰ1s. একেট। বস্তুকে কেইবাটায়ো লবলৈ ওপৰা ওপৰি কৰ। , , the scrambl g of several persons for anything. হেতামাৰি, ৪ , সাকোত পাৰ হওপূতে ধৰি জোআ মাৰি, a hand rail of a bridge হেঁতিয়াই, 0, মাচ আদি বিচাৰিবলৈ পানিত হাতেৰে খেপিয়াই, to feel for fish with the hand under water. হেতু , s. কাৰন, নি মত, জইন, origin, cause, reason, motive. হেতুকে, ad. কাৰনে, নিমিতে, শূন্যে, wherefore, for, for the sake of. হেতোআ, s. হাতেৰে ভাৰ আদি উলাহি দিয়া, the assisting in shift. g or carrying a shoulder burden. হেদাঙ্গি, । ৭. উনঙ্গকৈ মেলা, বৰিয়া নাইকিয়া, free, loosed, without ছেদানি, a keeper. হৌম, a. see হ1দমি. হেদালিকামোৰনি, s. প্ৰসৱৰ পাচৰ পেট কামোৰনি, after-pains. হেদালিচাঙ্গ, s. কামিৰে সেৰেঙাকৈ বোআ চাঙ্গ, a hanging bamboo shelf. হেদালিচাল, s. কামিৰে সেৰেঙ্গাকৈ বোআ৷ ঘৰৰ চাল, a roof in which the thatch is laid on braided bamboo splinto instead of bamboo rafters. হেন, cen. এনে, সঢ়িম, like, such, as. হেনজানি, conj. এতেকে, ইয়াকে aানি, এই নিমিতে, therefore, so, for this reason, with this understanding হেনতেন, conj. এনে তেনে, আমুক তামুক, eo and so, this and that. হেনে com . see হেন . হেন্দু, see হিন্দু হেঙুলি, ৬. দোলন কৰি, চলি, জুলি, to swing, to vibrate, to oscillate, to toss, ( as waves. ) হেন্দোঙ্গানি, s. দোলন, ফুলি থকা হেলেপনি, oscillation, swaying, vibration, dashing of aves, হেন্দোলদোপ, s. দলদোপ, চুলেই লৰা, তল ওপৰ হোআ, oscillation, wibration, a swaying to and fro. হেপীs. নিলগলৈ হাত মেলা, with মেলি, to stretch out the hand to reach . হেপাহ, ৪. হুতাহ, হাবিয়াহ, ইচ1, eager desire, craving, longing; with পলাই, to gratify a craving desire. হেপিমুআ, a. চেপেটামুআ, thin faced. হেপোৰতেপোৰ, a. হাকোট পিকোট, বলে নোঅৰা কামত জু জি থক, the striving to do beyond one's strength. }