পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

57 হেৰে হেবাঙ্গ, a. ভেবাআবাঙ্গ, বুধি হিন, stupid, simple, not quick of dis. cernment হেবাথৰি, ৪. see হাবাথৰি, হেবাবেবাs. বিয়াকুল, চেষ্টাতকূল নোহোআ, troubleperplexity, agi , tation of mind; with খাই, to be agitated. হেমন্ত, s . ৰিতু বিসেস, আঘোন পুহ মাহ, the cold season ; the two months Aghun and Puh, or about No. and Dec হেমাহি, s. হেলা, গা গধুৰ, খৰপোচ নোহোআ, slackness, dilatoriness, remissness, হেম্ব। s. গৰুৰ মাত, the voice of a bovine animal, a low , হেম্বে, হেম্বেলনি, s. হেম্বা হেম্ব1 কৰাthe lowing of bovine animals. হেম্বেলিয়াই, o. হেম্বে কৰি, গৰুএ মাতি, to low, (as cattle.) হেৰ, interj. সামান্যক মত। মাত, Hollo ! used in calling to in. feriors. হেৰা, interj. মান্যেৰে সমানক মত। মাত, Hollot used in calling to equals. হেৰাই, o. নাইকিয়া হৈ, বিচাৰি নেপাই, to loose, to cease to have In possesSIon. হেৰাপাই, ড. কোনে। হেৰোআ1 বা বাটত পৰি থকা অস্বামিক বস্তু পাই, to find anything that has been lost. হেৰাপোআ, ৪. কোনো হেৰোআ1 বা বাটত পৰি থকা অস্বামিক বস্তু পোআ, কোমল চাউলৰ ধান এবিধ, the finding anything that has been lost ; a kind of rice eaten without cooking. হেৰীসাস্তি, s. see হাৰাসাস্তি. হেৰি, ad. “কোনো বস্তুৰ নাম পাহৰাত বা মুখত নহাত কোআ মাত, a word equivalent to what do you call it. হে-ৰি, iate). মান্যেৰে মতসম্বোধন, a term of familiar address to friends and superiors. হেৰুআই, . অন্যৰ দোআৰাই হেৰাই, to lose or cause to be lost. হেৰেই, interj. আাদৰ সাদৰেৰে মতা সম্বোধন, a vocative used in ad dressing elders or superiors. হৈবেপনি, a. গেজেপনি, মোট মৰা৷ (হাবি,) denseinterwoven as of jungle. হেৰেপাa. চেপেটা হৈ পৰা, জাপখাই পৰ, সেৰ্পেট, prostrated, (as grass or gran হেমেগৰিয়াa. আওগৰিয়া, এটলিয়া, (মাটি,) sloping, applied only to land