পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। হেত। forming the subjunctive mood. হেঁপা, s. মেকুৰিৰ নিচিনা বন জন্তু এবিধ, a species of wild cat. হেঁপাইফোপাই, ad. ঘনে ফোপাই, হেলাইহেঁইফাই, with palpitation or rapid breathing. হেঁপোৰপিটা, s. মুখেৰে হেঁপোৰ হেঁপোৰকৈ পিঠিত কোবোঅ1বনত বলে নোআৰি লাগি থকা, self flagellation accompanied at each stroke with a sound from the mouth resembling that made by the stroke of the whip; the tugging at a work that is beyond one's strength. হেঁফনি, s. বাধাডাবি, a prohibition, a forbidding ; with মাৰি, to for bid. to threaten. হেঁহনি, s. ঘোৰাৰ মাত, the whinnying or neighing of a horse. হেকহেকনি, s. খেছখেচনি, একে কথাকে ঘনে কোঅ1, the act of teas . ing, importuning, fault finding . হেহেকাই, . খেচখেচাই, ঘনে কোনো কথা কৈ, to tease, to importune. হেকান, ৪. উপকাৰ কৰি সে।অৰোআ, the taunting with, or frequent. ]y reminding a person of favor conferred; with পাৰি, to taunt হেঙ্গদাঙ্গ, s. ৰজাৰ হাত অস্ত্র বিসেস, a small sword or rapier used by the Assam kings as an insignia of royalty. হেঙ্গাজকাই, s. কুনি জকাই, এবিধ দিঘল জকাই, a long basket used for catching fish হেঙ্গাপুঙ্গ, s. এলাহ, মন নোজোআত হাঙ্গি ধৰি কৰা হেলা, a remiss ness or loItering at work. হেঙ্গাৰ, s. ট্ৰেজ মাৰি পথালিকৈ বাহ বান্ধি দিয়া জেওৰা বিসেস, a temporary fence made of whole bamboos hung on posts. হেঙ্গাল, s. এবিধ দিঘল কুকুব, a species of dog. হেসুল, ৰ স1 বৰন ৰ ধাতু এবিধ, vermillion . হেঙুলিয়া, ৪. ৰঙ্গাহেসুল বৰ নৰ, red , like vermillion হে জাৰ, u. দহ স, সহস, a thousand. হেজাৰহেজাৰ, a. অনেক হেজাৰ, অতি সৰহ, many thousands, mul. titudinous. হেজেৰিয়াa. হেজাৰ ৰ, of a thousand, of the value of or contain- ing one thousand. হেতাই, . ভাৰ আদিত হাতেৰে উলাহ দি, to ease a burden on the shoulder of another by raising it with the hand.