পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেতে । হেকটিয়৷ মাহ, s. এবিধ বনৰিয়৷ মাহ, a species of wild pulse. হেকাs. সেকা, সৰিলৰ বৰ ক্লেস, দুখ, great bodily suffering, distress. হেঁকাই, interj. বৰ সন্তোস বুজ আন কথা, হেকো, ভাল হল, an exclama tion expressing great satisfaction equivalent to very good, “just right . হেকেকে, . লেঠা, জেজ, ততৰ, ঐয়াহৈয়া, perplexity, difficulty, trouble হেঁকেনা, a. অলপ বেঁকা, কেঁচিয়া, চুকিয়াকুকি, out of equare, oblique, হেকেৰা} not parallel, winding হেকেবপেকেব, a. লৰকফৰক, লৰচৰকৈ থকা, জেট, জেঙ্গা, হেঁকেচকে5 shalking about as anything loosely bound; a. difficulty, rেouble, embarassment হেঁকোত্থেকে, এ. ফেৰেক ফেৰেক, বেঁকানেকি, a waddling gait, ob- liquity, crookedlness. হেকেৰাহেকেৰি, a. ফেৰেকা ফেবেকি, হৈরণ, waddling, out of square. ঢুেকেহেঁকেকৈ, ad. ঘনে ঘনে মাতি, (খঙ্গেৰে কোআন মাত, ) repeatedly call ing; used only when irritated by being frequently spoken to হেঁকো, interj. see হেকাই. হেঁচনি, . জিহেৰে হেঁচা দি এ, হেচা মাৰি ধৰা বঙ্গ, a weight for pressing: হেঁচা, s. ভৰ, তললৈ দিয়া ভিৰ, হেঁচোক ঠেলা, weight, downward or cide pressure, a push, a shove. হেঁচাঠেলা৷ ঠেলাঠেলি, স্থিহনি, অনেক লোক গোট খোআত হোআ হেঁচাহেঁচি, } ঠেকাঠেকি, a mutual pushing back and forth, ewaying to and fro as of a dense crowd of people. হেঁচি, হেঁচা দি, তললৈ ভৰ দি, ঠেলি, হেকি, to press, to push, to ০. shove হেঁচুকি, ৫. ঠেলি, বলেৰে হোহোকাই, to push, to shose. হেচোক, ) 2. ঠেলা, হেঁচা, হোহ্রোকোআ, a push, a shore. হেচোক, হেঁটমুৰিয়া, a. এটলিয়৷ মূৰ থকা, having an i shaped or dispropor- tionately large head হেঁটামেচা, a. পোটোকা পৰা, ভেমেচাতেমেটি, মেচামেচি, dented, of uneven surface. ছেটকা৪. এবিধ চৰাই, a species of bird. হেতা, s. কৰচলি, বস্তু উলিওআ! বা কহ1 জতন, আঁতৰ আদিত যুকউআ1 মাৰি, a spoon, a ladle ; the handle of a spinning wheel . হেঁতেন, সম্ভব্যভত কালৰ ক্ৰিয়াৰ পিচত থক। কথা, an afix used in