পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5{ হালি, J. হলি, বৰ নাৱৰ গুৰি পোনোআ জতন, to lean, to slant; s. a ruddler, a helm. হালিজালি, ৪. ইফালে সিফালে হলি, আউলিজাউলি, a swaying back and forth. a sWaggering used also adverbially. হালিম, ৪. এবিধ জলা সাক, garden cress, ( Lepidium sativun. ) হালেহালে, ad. দুট। দুটাকৈ, ডেজাৰজোৰকৈ, , in pairs. two and two হালৈ, ৪. সন্দেস আদি মিঠৈ কৰি বেচ! বেপাৰa confectioner. হালোআ, a. হাল বোআ, হাল সমন্ধিয়, relating to a plough; s. a ploughman. হালোআ চহা, a. চহৰিয়া, লিখা পন্থা নেজামি হাল বাই খোআ, মই , knoing only how to plough; unlearned, rustic. হাৱলদাৰ, s . চিপাহিৰ এক পদ বিসেস, a Havildar or native sergeant. হাৱৈ, s. ওপৰলৈ মাৰি পঠিওআ৷ খাৰৰ খেল বিসেস, a kind of fire-works. হাস্য, ৪. হঁহ।, হাহি, laughter, ridicule. হি, ক্ৰিয়াৰ সেসত জোগ হৈ অহা বজাই, a contraction of the verb আহি, joined to verbs to express the act of coming prior to the act expressed by the verb to which it is joined, as খাবহি, he will come and eat. হিং, s. এবিধ গচৰ এঠামচল। বিসেস, assafetida . হিংসক, a. খিয়লিয়া, হিংসাকুৰিয়া, হিংসা কৰোতা, malicious, injuri ous. hurtful হিংসাs. খিয়াল, অসয়া, বৈৰি ভাও, আখেজ, malice, hate, hurt, in: jury, spite. হিংসাকুৰিয়াa. see হি সক. হিঁহিছ, oc. গৰু আদিক মত৷ মাত, a word used in calling cattle. হিঁহনি, s. হেঁচাহেঁচি, ঠিহনি, a crowd; with মাধি, to crowd together. হিঙ্গহিঙ্গ কিটকিট, s. কেটকেটনি, কেটেৰজেঙ্গেৰ, continual fault finding, fretting, scolding. হিঙ্গহিঙ্গিয়া, a. কেকেটোআ, জিঙ্গজিঙ্গাই থক, fretful, fault finding &c. হিন্দুল, ৪.া ৰঙ্গ৷ বনব ধাতু এবিধ, হেঙুল, vermillion. হিচহিচ, a. বহুত বহুত, দমাদম, much, abundant, many. হিজল, ৪ . এবিধ গচ, a species of tree. হিটহিটনি, ৪. ঠেকা খাই উঠঅনেক সবগ, স্থটহুইনি, a clashing sound . হিত, ৪. উপকাৰ, সুভ, লাভ, সহাই, উপকাৰি, benefit, advantage, profit; a. beneficialprofitable, advantageous