পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাল হামিব, ৪. এবিধ টেঙ্গ, a kind of acid fruit. হামোক', a. এলিয়া, কাতি, aslant, leaning; with খাই, to leam. হামোব কামোৰকৈ । ad. নেৰানেপেৰাকৈ, বেগাবেগিকৈ, ততাতৈয়াকৈ, হামোৰধামোৰকৈ, "quickly, eagerly, earnestly, হামোৰনি, এ. পানিৰ পেট কামুৰিয়l, the whirling or eddying of a current . হাৰ৪. , অস্থি, ডিঙ্গিত পিন্ধা ৰুপ সোনৰ গোঠ৷ সিকলি বিসেস, a bone a gold or silver chain হাৰক, ৪. হাজী, অঙ্কক হৰ। অঙ্ক, a divisor( in Arithnmetic• ) হাৰকাটনব, a. আপোন আৰ্জনব, নিজে নখ কৰি অজাacquired or produced by personal labor. হা ৰখৰাহি, a. মঙ্গহ নাইকিয়া, নিচলবদতি, হাৰেচালে, emaciated, re . duced to skin and bones, হাৰগোঠনি, s. এবিধ চেলা গোঠনি, platting with five or seven strands হাৰতখে।আI, see নিশ্চল৷ হাৰভাগি, a. লাউপতা মাচ, a species of fish. হাৰমাল, . এৰাব নোঅৰ। লেঠব৷ কৰম, কলগুহ, an unavoidable incum brance, a dilemma. হাৰলি, S. মেঙি, মাঘৰ বিহুত পোৱ। কাঠ বা নৰা আদিৰ দল, a stack or pile of wood or straw; a stack of straw and wood burned at the end of harvest, হাৰtiম, 2• see হৰ৷ কৰমি. হাৰাসান্তি, . হাইৰা, আধাসাৰি, great weariness, fatigue, exhaustion, trouble, vexation; a. jnded, harassed, fatigued, much troubled. হাৰি, 8. ঘাটি, পৰাজই হৈ, হিন্দুৰ এক হিন ভাত, to be defeated; d. a low hindoo caste. হাৰি দি, ড. গচৰ চাৰিও ফালে কাটি বা চাল গুচাই, to girdle a tree. হাৰি মাবি, ৪. দুই ঠেঙ্গ ডু ’চি, গোট। মাৰি, to fetter aninale by binding the two feet together, হাৰেচালে, এ. হাৰ আৰু চাল মাত্র, শ্বিন, only skin and bones, emaciated. হার্জ, s. হাবকেৰে হৰ। আফ, a dividend, the number to be divided হাল, এ. জোব, লগ লাগ। , গৰুৰে মাটি ভঙ্গা জতন, a pair, a plough ; with বাই, to plough; with বোআ, ploughed or ploughing. হালচা, ৪. see হলচা, বিঘা. হালধি, a. এবিধ মচলা, হৰিদু, turmerie. হালপতা, . থামোচা, চন্দুক আদিৰ চুকত মৰ। লে৷ পিতলব পতা, a cor ner piece or clamp of iron or brass 73