পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিটল হিতকাৰি, । a. হিত কৰে৷তা উপকাৰি, beneficial, advantageous; s. হিতৈসি, j a benefactor. হিতোপদেষ, ৪ ভাল সিকনি, এখন সং স্কৃিত সিখ্যাৰ পুথি, salutary adtice, seful instruction; the title of a hindoo book on moral science হিন, a. নাইকিয়াকম, নিহ, destitnte, bereft, deprived of, lo, mean; used in composition, as পিত্ৰি হিন, bereft of a father. হিন্দি, ও. হিন্দুস্থানৰ ভাসা, indee, of Hindustan proper. the language হিন্দু, হেন্দু, বেদ মতে প্রবর্তী লোক, a hindoo. হিন্দুস্থান, a. ভাৰত বৰিস, হিন্দু লোকৰ থান, the country of the hin: doos ; Hindustan. হিন্দুস্থানি, . হিন্দুস্থানৰ সমন্বিয়, belonging to Hindustan . iহ ম, s. ড ঠ নিয়ৰ, frust, slow, dew, nist, (a general term.) হিমজু, ও হাতিৰ বিজ্ঞা, হস্তি বিন্দু, elephant semen. হিমালই, s. ভাৰত বসৰ উতৰ সিমার হিমজু ক্ত পর্বত, the Himmalaya nmountains হিয়া, s. বুক , fবদই, মন, চিত, the breast, the heart, the mind, the affections. হিয়াজালি, ৪ ব কৰ আমঈ, the fleshy portion of the breast. হিয়াধাকুৰি, ৭. বেজাৰত বক ভক , হিয়াত চাপৰ মাৰি, to emite on the breast in token of grief. হিয়ালিঙ্গিয়ালি, ও ইলনিবিলনি, হালিজালি (কন্দা) a wailing and swaying to and fro of the body হি, s. পাট বা মূগা কাটোতে ওলোআ আঁহ বা , a fibre, the threads of a cocoo/ with দি, to unwind the threads of a cocoon in spinning silk. হিৰন্যe. সোনা, হেম, gold. হিৰন্য কসি , পুব কালৰ দুষ্ট দৈত্য এজন, the nane of a fabled gigantic demon, to destroy whom Vishnoo assumed the Noro. hingho incarnation. হিৰন্যাখ্য, এ. হিৰন্য কসিপুৰ ভায়েক, the brother of the above demon. হিবহিৰ, । . হুবহুৰনি, গিগিনিany roaring, rushing, rumbling হিহিনি, ) sound. হিৰা, . এবিধ উতম বাখৰ, চহ গহা এজাতি চাল, a diamond; a low class of potters. হিলৈ, s. গুলি মৰা অন্ত বিসেস, a gun ; with মাৰি, to discharge a gun. হিলৈখাৰ, s. কলাইখাৰ, হিলৈ মৰা খাৰ, বাৰুদ, gunpowder.