পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বক বৰন, s. বগা কলা আদি বিধ বিধ ব), a color. বৰনিয়া, a. বরন থকা, বৰনৰ, colored; relating to an order. বৰপাত্ৰ, s. অসম বজাব প্রধান বিনই এখন, ডাঙ্গৰ পাত্ৰ, a title of honor bestowed in the days of the Assam kings. বৰ্মাs. বৰ বাপেকৰ ঘৈনিএক, the wife of a father's elder brother. বৰমহা, ) a. ঝাহ কাঠ আদি ভেকুৰ, mildewed. বৰমোহ1, ব বল, s.এবিধ বিসাল পতঙ্গ, a hornet. বৰলিয়া, . কাঠ খোআ পোক এবিধ, a boring insect that infests timber . বৰসিবিয়নি, s. see বচৰবিয়নি, বৰা, s. গাহৰি, অচম দেসৰ সৰু বিদই এখন, ধান এবিধ, বানিবলৈ খুব- লিত দিয়া ধান, a boar, an inferior officer appointed by the Assam kings over twenty peons, a species of ricepaddy ready for pounding বৰাই, ৫. বল্লাই, সিকাই, সম্মত কৰাই, মিল কৰাই, to persuade, to in : duce, to cause to consent ; generally used with বুজাই, বৰাগি, . সন্যাসি বিসেস, টোকাবি আমি বাই ফৰা লোক, a wan. dering religious mendicant, an ascetic. বৰাচাউল, . এবিধ এ ঠা থকা চাউল, a species of rice. বৰাজোৰা, s. ধান বানিবলৈ ধব, the cleaning of paddy from the husk. বালি, s এবিধ বাকলি নোহোআ ডাঙ্গৰ মাচ, a species of fish. ববালিবকুঅ, . উসধি বন এবিধ, a species of medicinal plant বৰাহ, s. বৰ। গাহৰি, বিষৰ ত্ৰিতিয় অরতাৰ, a boar, in hindoo mythol . ogy, the third incaruation of Vishnuo in the form of a boar. বৰাহ, s. এবিধ মধি ত্ৰিন, a species of medicinal plant. বৰি, ৪. দৰবৰ গুলি, বাকৰি মাটি , মিল বা বস কৰি, অধিন হৈ, a pill, a boluswaste land ; ৮. to acknowlclge dubjection to subjugated, dependent বৰিয়নি, এ. বাকবিয়নি, সহ নকৰা৷ মাটি, follow land, land grown up a second time to jungle. বৰিস, s. হিন্দু মতে ভাবত আদি প্ৰিথিবিৰ দিপ, বস, বচব, one of the hindoo mythological divisions of the earth; a year. বৰুআ, s. ৰ প্লাই পতা পদ বিসেস, an honorary title, given to various officers by the Assam Kings. বৰুন, ৪. জলৰ অধিকাৰ, এবিধ গচ, the Neptune of hindoo mythology : a species of tree.