পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১S5 ran বৰ, a. ডাঙ্গৰ, অতি, প্রধান, জেষ্ঠ, দৰ৷ , আসিবাদ, গচ এবিধ, great, eminent, first born a bridegroom a blessing. a boon granted by a deity; the Indian figtree. বৰ উফি, s. খহুৰ দৰে মুবত ঘা লাগি জোআ ৰোগ, the scald head, a disease of the scalp. বৰকথিয়া, a. গপেৰে কথা কোআ, ওআইডাঙ্গ মৰাsaucy, impertinent. বৰকাপৰ, ও, ডাঙ্গৰি সুতাব দুতৰপিয়৷ কাপব, a coarse cloth shawl. বৰ কঁাহ, ৪. কাহৰ বাদ্য এবিধ, a gong, a brass metal plate used as a bell. বৰকৈ, ad. ডাঙ্গৰকৈ, অতিকৈ, টানকৈ, greatly, exceedingly, unusually. বৰখ, s. বৰখুন দিয়া, বিষ্টি হোআ, the falling of rain or hail. বৰখাই, ঠ, বৰখুন দিয়াই, বৰ্মাই, to cause to rain or hail. বৰখি, ৪. মা ধৰ৷ জন্তু, বৰখুন দি, a fish hook; D. to rain. বৰষ্কিণ্ডাৰি, s. বৰখি অৰ৷ মাৰি, a fishing rod. বৰখুন, { s. বিবি, মে ঘৰ পানি পৰা, rain; with দি, or আনি, to বৰ সুন: বৰগলা, ৪. এবিধ বৰ মাচ, বহু মাচ, a species of fish. বৰঙ্গনি, s. ৰাজ্যৰ মাজত নিরমিত ৰুপে তোল৷ ধন অদি, noney raised by assessment. বৰঙ্গ। ৪. এবিধ খেৰ, a kind of thatch. বৰতা) বচা৪. চলি লগ জাঠি বিসেস, a spenr, a javelin, a lance. বৰজন।. s. জেঠাল, গিৰি একৰ ককায়েক, a husband's elder brother বৰ জি, ৪. প্রথম জিএক, বৰ জনি, চোআলি, an elder daughter. ববটি, s. চালৰ জৰি, ডাঙ্গৰটি, a leathern strap. বৰটোকোলা, s. এবিধ বৰ চৰাই, a species of gigantic crane. বৰঠাক, s. ঢোলৰ নিচিন। বৰ বাদ্য এবিধ, a kind of large drum. বৰতs. বত, লঘোন, fasting, a fast. , ববতমানি, ৪. এবিধ উতম কলৰ নাম, a species of plantain. ববতি, 4. বতিয়া, বৰাই দেখাআ, মোআমৰিয়াৰ বতি এবিধ, one who fasts a parade of superiority or show of authority, a headman or priest of the Moamoria AMuttucks. বৰতিয়াa. বতে থকা, লঘোনিয়া, fasting, one who fasts. যৰ দিয়া৪. আসিবাদ কৰাthe bestowing of a blessing. বৰদোআ, s. বটদুৱাক্রসঙ্কৰে পতা এক থান, এবিধ সৰু মাচ, a famous religious establishment of the alba Puruhia sect near Nowgong, a species of fish.