পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰৈ, ৪. আবি দিয়া সোন ৰুপ আদিৰ পাহি, a fringe of gold or silver to which small bells are often suspendedl. বৰোআ, a. অধিন ব। মিল কৰোআl, subjugated, on good terms. বর্জন, s. অসুচি কৰাপৰিত্যাগ কৰা, abandonment, exclusion, exenmp : tion , onSSlo n. বজ1 , । অসুচি কা, নিষেধ কৰাত্যাগ কৰাpolluted, unclean, বর্জিত, cast out, left, rejected. বজি, ফ. এৰি, বাচ কৰি, নিসেধ কৰি, to leave, to exclude, to except. বর্তমান, a. এতিয়া, সাখ্যাত, সাখাJাত থকাexisting, present, extant. বন, s. বৰন, জাতি, আখৰ, color, hue, tint, a class, a caste, a tribe, a letter of the alphabet. বর্ননা, s. গন কথন, বিবৰন, a description, a relation, a narrative. বর্নমালা, ৪. আখৰ সমুহ, ক, খ, আদি; বর্নাই, গুনাগুন কৰি, বর্নন৷ কৰি, the alphabet, lit. a garland or series of letters ; v. to relate, to expatiate upon. exces বস, s. See বস1 3. see. বাৰিখ, বর্ষাকাল, বহান, s. ধান আদি বহাই দিয়া মাবি, a rod used in pushing rice under the pestle of a foot pedal বহমথৰি, . এবিধ গচ বা তাৰ থেৰি, the spathe or stem of a jungle plant used sometines with tamulto blacken the teeth and lips. বহ1, s. বাহি জোআ, জোখতকৈ অধিক, ভাত আদি খাবলৈ উলিউআ1, growing or Increasing: lading out cooked rice sive, beyond proper bounds: বহাই, . অধিক কৰি, ডাঙ্গৰ কৰি, দি ঘলাই, ভাত উলিওআইto advance, to lengthen, to increase. to dish out rice from a cooking vessel. বহাবহি, ৪. সাহেৰে কৰা গলিয়াগলি, পৰসৰ দন্দলৈ আগ বহা, mutually daring or defying one another. বহিয়l, a. ভাল, উতম, বেচ, excellentvery good. বহোআ1, s. দি ঘল ডাঙ্গৰ কৰোআ, অধিক কৰো অ1, ভাত আদি উলিওআl, ধান আদি খুবলিলৈ হেঁচুকি দিয়াcausative of বহ1, a length- ening out, advancing, increasing, growing &c. বল, s. সক্তি, পৰাক্ৰম, সেনা, power, 'strength, ability, force, violence. বলকনি, ৪. বকবকনি, ববলনি, কৈ কৈ থকা কথাvolubility, idle prate, gabble.