পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিশ্ৰম, s. পখ, ক্লেস, জতন, toil, exertion, labor, effort. পৰিসুমি, a. দণ কাৰি, laboriouspainstaking, industrious. পৰিসান্ত, a. দখা পোআ, সান্ত, ভাগৰ লগ, wearied, fatigued, tired. পৰিহৰা, a. এৰাতিয়াগ কৰাleft, deserted, abandoned পৰিহৰি, ১. এৰি, ত্যাগি, to abandon, to leave. পৰুআ, s. পিপৰা, সৰু কিট বিসেন, an emmet, an ant , পৰুআই পোআ, a. বাট নেপাই ঘৰি পকি ফৰি থকাবাটৰ ভ হেৰোআ, wandering about, losing the way, perplexity. পৰেক, s. নিষ্কাৰিত কাল, এপৰ, তিনি ঘট। ব৷ দিনৰ চাৰি ভাগৰ এভাগ, the fourth part of a day or night পৰেকিয়াa. এপৰ হোআ, pertaining to the above. পৰোপকাৰ, 5 লোকৰ উপকাৰ, assistance given to others. পৰে পকাবি, a. পৰক উপকাৰ কৰোতা, helpful to others, useful. পব, ৭. উত্বওপৰব, তিথি বিসেস, পুথিৰ খণ্ড, a festival, a feast, a chapter, a section. পর্বতs. গিৰি, অচল, মিলামই ওখ ভমি, a mountain. পর্বতিয়, পষতিত , of or fron a mountain a mountainer. পবাস, s. প্রবাস, আপোন ঘৰ এৰি আন ঠাইত থকা, a temporary residence away from hone, a lodging. ৪. চোআ, সম্পর্ক, হাতেৰে ধৰা, the act of touching, feeling or handling; a, touched, felt. পর্সি, . পম কৰি, চই, to touch, to foe, to handle. see পৰ। , পহা৪. পাঠ কৰাপাঠ সিকাreading, reciting; a . read, recited. পহাই, ৩. পাঠ কৰাই, আখৰ মতাই, সিকাই, to teach, to in- পহু আই, struct, to cause to read. পহাসালি, এ. ফুল ঘৰ, চাতৰ সালি, বিদ্যামই, a school, a school house, a seminary, a college পহি, . পাঠ কবি, আখৰ মাতি, to read, to repeat, to study. পহিদোলা, s. ঢেকৰ খুউআন এবিধ দোলা, a kind of light palkee. পহু আl, ওজ'teacher, . , s. সিখ্যক, অধ্যাপক, ঢাতৰ, a an instructor পল, ৪. মাচ মৰা জতন, (pron. polo,) a contrivance for catching fish) পল, ই. ডৰ সাঠি ভাগৰ এভাগ, a period of 24 seconds or the 60th part of a dond. পলম, s. বেলি, গহৰি, বিলম্ব, delay, procrastination. পলমে, ad. বেলিকৈ, পাচেকৈ, leisurely, slowly.