পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

340 পাঁহ পলৰিয়া, s. পলাই জোঅ , পলাওঁত', a fugitive, a runaway, a deserter. পলস, s. নৈয়ে পেলোআ কোমল বে।কা, কাঠৰ সাৰৰ ওপৰ ভাগ, soft mnd, the soft. sappy part of wood. পলসুআ, a. পলস থকা, পলসৰ নিচিনা, soft, sappy, miry, muddy. পলা, s. তেল পেৰা বেঁতৰ পাত্র, :েতেৰি, a braided rattan hoop used In an orl press পলাa. পোহী, পালন কৰাআগ্যা মনাreared, brought up, preserv. ed, obeyed s. the act of rearing, obeying &c. পলাই, o. চোৰাঙ্গকৈ গচি গৈ, to run away, to flee, abscond পলাইপত্র দিয়া, s. পলাই ফাট মৰা, feeing away out of reach . পলাউৰি, s. পলাই জোআ তিৎি, পলাই ফাত, a female fugitive. পলায়ন, ৪. পলাই জোআ, fight, desertion. পলাস, ৪. এবিধ কাঠ ফুলৰ গচ, a species of tree and its fiower. পলিয়া, a. পালত থকা, belonging to a relay. পলু, ৪. এৰি মুগা আদিৰ পোক, a silk worm. পলআই, o. মানুহ আদিক চোৰাঙ্গকৈ নি বা নিয়াই, to cause to ab- scond, to entice away. পলে পলে, ad. খ্যনে খ্যনে, momentarily, constantly. পলোআ1, a. পলাই জোঅ, লুকাই থকা, fied, absconded, পলৌ, a. অথিৰ, তৰল, wavering, fickle, unsteady, unsettled. পল্টন, s. সেনাৰ সংখ্য, চিপাহিৰ লয়ন, a regiment or company of soldiers, soldiers' lines or barracks. পস, s. পখ, মাহৰ একাল, the half of a lunar month, a fortnight. পসপৰা, s. পোন্ধেৰ দিন জোআ, the lapse of a fortnight. পসি, ৯. পৰি, সৰনাগত হৈ. to touch the feet as an act of worship. s, see পহু, an animal. প নৃপতি, s. সিংহ, নিৱৰ এক নাম, a lion, an epithet of Hiwo . পহৰ, s. দিপ্তি, প্রকাস, গ্যান, light, illumination, knowledge. পহৰা, a. মনত নথকাভম হোআ, পাহৰ1, পব দিয়া, forgotten, mistaken; ৪. forgetfulness, a mistake, the keep g watch. পহৰোআ, ৪. সুলুআ, মনৰ পৰা৷ গুচুউআi, পহৰ কৰা, deceiving, caus- ng to forget or mistake, ighting up; a. deceived. পহলঙ্গি, s. এবিধ দি ঘল হিলৈ, a kind of long native gun. পহাৰ, ৪. পোহাৰিৰ বজাৰ, দোকান, a retail shop. পহাৰি, s. পোহাৰি, বনিয়ানি, a woman who keeps a retail shop. পহিয়া, a. পাহ থকা, having petals like a flower .