পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

338 পৰিখা, ৪. প্রমান বুজl, বিচাব, a trial, a temptation, an ' ordeal , পৰিখ, assaying; with কৰি, to tempt, to prove, to assay. পৰিখিতs. আগৰ কালৰ এজন ৰজ্ঞাৰ নাম, পোৰোহিত, name of an ancient king, a priest; a. tried, brought to the test, tempted. পৰিচই, ৪. চিনা জনাacquaintance, knowledge, an introduction. পৰিচাজ, s. অ1ল পৈচান, service, attendance. পৰিচাৰক, ৫. দাস, আলধবালগু অ1, পৰিচজা কৰা, attending upon; s. a servant, an attendant, a follower. পৰিচেদ, s. চেদ, সিমাবিভাগ, a limit, a boundary, a section of a book, a space in writing. পৰিত্যাগ, s. এৰা, ত্যাগ কবাabandonment, relinguishment. পৰিতুষ্ট, a. সন্তোম, সদই, ভাল পোআ, pleased, satisfied, contented. পৰিত্ৰাতাs. নিস্তাৰক, উধাৰক, ত্রানকর্তীa saviour, a liberator . পৰিত্ৰান, ৪. নিস্তাৰ, উধৰি, ৰখ্যn, salvation, deliverance . পৰিত্ৰিপ্ত, a. ত্রিপ্তি হোআ), satiated, satisfied. পৰিধান, s. পিন্ধা, কাপৰ আদি গাত লোআlthe putting on of clothing, attire, ornaments & c. পৰিধি, s. মেৰৰ মাজ জোখাহিন্দুৰ হোম কুণ্ডৰ জুই হেঁাচৰ। কাঠৰ মাৰি, tle circumference of a circle পৰিনাতি, । ৪. নাতিৰ নপতি, a great grandchild. পৰিনাতিনি, পৰিপক্ক, a. ভালকৈ পকাসিজা, পাৰ্গত, thoroughly ripe or cooked. পৰিপাটি, a. আঁত লগা, ধাৰ৷ মতে, আৰ নথকা উতম, regular, methodi. cal, neat, tidy; with কৈ, ad. regularly, neatly. পৰিপুর্ন, . aসম্পূর্ণ, ভৰা, পুৰ, filledl, replete, complete, full . পৰিবেষ্টন, s. বেৰি ধব', মেৰাই থকাa surrounding or encircling. পৰিমান, ৪. জোখ, টিকা, প্রমান, measure, capacity, proof. পৰিমানি, a. প্ৰমান পোআ, প্রমানিক, proven, evident, authentic. পৰিমিত, a. নিয়মিত, জোখ বা টিকাৰ, measured, defined, limited, moderate, temperate পৰিয়া, s. পৰ দিয়া মানুহ, প্ৰহৰি, চকিয়াল, পৰত থকাবেলি বা পৰ হোআ, used in comp. as এপৰিয়lone side, পৰিঅ', noon. পৰিয়াল, s. ঘৰৰ লৰ৷ তিৰোতা আদি, a family and relatives. পৰিসোধ, s. ধাৰ সুজা, প্রতিকাৰ, the payment of a debt, retaliation &c. পৰিস্কাব, a, নিক, নির্মল, সুধ, পৰিপাটি, clean, pure, neat; s. purity &c. পৰিস্কিত, a. নিকা কৰাসুধ বা৷ নিমল কসোভিত, cleansedpurified. 1,