পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ক। 09 কর্কৰিয়া, ৫. সুকান, আখৰিয়া, নিৰস, dry, parched, arid, juicelega.. কৰ্চন, s. বৰ চৰাই এবিধ, a species of large bird. কর্জা টেঙ্গা, s. এবিধ টেঙ্গা, an acid fruit, the coronda, (Carissa Carodas.) কর্তব্য, ৫. কৰিব লগা, উচিত, proper to be done, fitting. কর্তা, s. কৰোতা, অধিকাৰ, গৰাকি, a doer, a master, a governor. কর্দৈ, s. পাঁচ সিৰিয়া টেঙ্গা বিসেস, a species of acid fruit. কর্দৈ সিৰিয়া, a. ধৰা পহিয়া, কর্দৈ টোৰ নিচিনা সিৰ থকা, carved or shaped like the above fruit. কন্ধ নি, s. সোন ৰুপৰ গুনাৰে গঁথা কঁকালৰ অলঙ্কাৰ, a gold or silver threaded girdle. কন, s. কান, সুনেন্দ্রিয়, এজন বিৰৰ নাম, the ear, the sense of hear ing, the name of a hero mentioned in the Mahabhárat. কর্নগোচৰ, ৪. কানত পৰা, সুনা, fulling on the ear, hearing distance কনবেধ, ১. কান বিন্ধনি বিয়া, কান ফুটুআ, the ceremony of piercing the ears of a male child observed by the brahmins and kaisths. কর্নাতকনি, ad. ইকান সিকানকৈ passing from ear to ear. কনাট, ১. এক সেসৰ নাম, the country of Mysore. কপুৰ, s, কাফু, সুগন্ধি ব্য, হাবিৰ এবিধ সুগছি গচ, camphor. কপূৰ মনি, s, এবিধ সিলৰ মনি, পানি, a species of bead. কফলি, s. অাচাৰ, অফিল, a side blow or slap ঊর্বাৰ, ad. কঁৰবাৰ, কোনোবা ঠাইৰ, fruin some unknown place, কৰবাৰ, কৰাৰ কোনোবা, ad. নিচেই অচিনাকি, somebody from somewhere. কবৰ কোনোবা, কর্ম, ৪. কম, কাম, বন, a work, an action, an affair. কর্মকর্তা, ৪. কাম কৰোত, an overseer or agent। কর্মনাসা, s. এক নদিৰ নাম, পুন্যখ্যই নলি, a river in Hindustan the very sight of which is said to destroy religous merit. কর্মন্য, a. কামৰ জোগ, লাগতিয়াল, কামিলা, fit for work, useful, কর্মফল, s. আর্জিত কৰমৰ ভোগ, বেচ, the result of an action, reward, consequence. কর্মবন্ধ, s. বাসনা, কৰমৰ ভাল বেয়া ভােগ কৰা, the inevitable con sequences of an action. কর্মভোগ, s. ফল ভোগ, অর্জিত কৰমৰ ভোগ, experience of results &c. কর্মসাধন, ১. কমি সিন্ধি কৰা, কৰি এটোআ, completion of a work. কাল, s. নাৱৰ বিন্ধা মৰা সাল, a plug in the bottom or side of a boat.