সমললৈ যাওক

পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

100. কপ কহা, d. বলেৰে নিয়া, হেঁতাৰে চৰুৰ পৰা তােল, আঁজুৰি তােলা, taken away by force, snatched, plucked out, dipped out of a dish. কহেঁাআ, s. এবেলি হলিবাই থোআ, এচাহ দিয়া, a first plowing, an iron cooking dish. কালি, s. 5ৰ নাৱৰ আগ চোআ, the prow of a pleasure boat. কহিওআ, s. এঠাইৰ পৰা অন ঠাইলৈ নিয়া, the act of carrying away. কহোআ, a. হেঁতাৰে কহাই নিয়া, এবেলি হল বেআি, dipped out, taken forcibly away, once ploughed. কল, ১. কলা, কদলি ফল, জন্ত্র, মাচৰ ফুল, a plantain, an engine or machine, the gills of fish, the lower part of the human jaw. কলকান, s. সঁফৰ, ৰা লগা বনি বাটি, a covered metal dish with feet attached. কলকলাই, ১. মাত ফুটিবলৈ ধৰা, পানিৰ সৰদ কৰা, to utter a low d ie sound as of children beginning to talk, to make a rippling sound as of water or the din and buzz of a distant multitude. কলকলনি, s. পানির কলকল শব্দ, মীত ফুটিবলৈ ধৰা, a rippling sound, - the cooing noise of little children when beginning to talk. কলি, s. বিষ্ণু ৰ দশম অৱতাৰ, the tenth and last Hindoo incarnation. কলগচিআ, s. ভৰিৰ ৰোগ বিসেস, a disease of the leg. কলগহ, s. ডিজিৰ পৰা নেৰা লেঠা, অপদ, an insurmountable diffi culty, a dilemma. কলঙ্ক, s. চেকা, মামৰ, অপবাদ, দুর্নাম, a spot or mark, iron rust, de vo famation, abuse. কলঙ্কি, ৫. অপবাদি, দুর্নামি, stained, blemished, stigmatized. কল৭, s. এখন নৈৰ নাম, the name of a river in the Nowgong District. কলচি, s. দৌল আদিৰ ওপৰত সজা কন্সডিল, পানি তােলা টেকেলি, . ঘঁট, টেকেলি, a pinnacle, a point, a small water jar. কলনি, s. কলাবাৰি, a garden of plantain trees. কলপ, s. গাৰ মােট, সঁফ, the cast off skin of a snake or other reptile. কলপ কলপ, s. কাপ কাপ কৰা, মৰিবলৈ উসাহ টন, panting, gasping. কলপতিয়া, a. কলাপাতৰ ৰনিয়া, like the plantain leaf in colour. কপ, s. বহ্মাৰ এদিন, ৪৩২০০ ০০ ০০ বচৰ, a kolpo, a period of 432000000 years, termed a day and night of Brohmo. কল্পতৰু, s. ইন্দ্ৰপুৰিৰ অভিলাস সিদ্ধি কৰা দেৱ বিক্ষ, দানি, a fabled tree of Indra's paradise said to yield whatever fruit is desired, a liberal person.