পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9S কৰম, s. কাজ প্রাদ্ধ, সৰাধ, a work, an action, funeral obsequies or offerings to the manes of the dead কমকঁপাল, s. দসাবাসনা, কঁপালত লিখা, destiny, fate, condition. কৰমকাৰি, s. কাজ কৰম কৰোতা, পোৰে।হিত, one who performs the funeral rites, a priest. কমাs. হব৷ , কুক্ৰিয়া, মন্ত্ৰ কৰি মানুহ মৰাone who injures or destroys others by incantations. কৰমালা, s. জপমালামাল৷ গচি, a bead roil or rosary. কলিপয়ন, a. সিঁচৰতি, বেমেলি, লেটপেট, scattered about in disorder , mixed prorniscuously together কৰলিয়া, a. সুকান, নিৰস, dry, useasoned, juiceless, without favor. কাল, s. , লেই, gum, paste, any sticky substance. কৰি, . কৰা, to do, to act, to perform কৰি, s. ধনাৰ মুৰে বেৱহাৰ কৰ৷ সাগৰৰ সামুক বিসেস, কপদক, a কৌৰি, 9 cowry . কৰ। ই, s. ভজা চাউলৰ গুৰি, সান্দহ; লোকৰ দোআৰই কাৰোআ, the four of parched rice, called lundoh; ৮. to cause to do. কৰাইচ, a. কটকিনা, কিপিন, চিকটাpenurious, sting, miserly. কৰাইঘুবিয়াs. লেজু আদি পকোআত পাক খাই গাঠি লগা, খৰ পাক, a kink or twist in a rope or thread. কৰুআls. নুফুট৷ কপাহ, মুনিয়া, cotton not well opened fron the pod. কৰুনা, s. ক্রিপাদয়া, টেঙ্গ1 এবিধ, mercy, pity, a species of acid fruit. কৰুনাকৰ, s. ক্রিপাক, দয়ানিধি, ক্রিপাৰ আধাৰ, a mine of pity, কৰুনীধাৰ, a receptacle of mercy. কৰুনামই, a. দায়ালু, ক্রিপামই, pitiful, tender hearted, merciful. কবৃনাসাগৰ, s. প্রেমসাগৰ, ক্রিপাসিন্ধু, the ocean of mercy. কৰৈ, s. এবিধ সুকাঠি গচ, a species of tree. ৫. লোকৰ হতুআই কৰা, done, caused to be done. ককচু, a. কঠিন, কেটেৰাকৰুআ, harsh, rough, lard কর্কটবাদ, s. কেউবা কেটেৰিকৈ উতৰ কৰা, sharp angry contention. কৰ্কট, s. কেঁকোৰা, চতুর্থ বাগি, a crab, the sign Cancer. কৰ্কৰা, s. পানি নিদিয়াকৈ থোআ1 ভাত, cooked ricekept for after eating. কৰ্কৰনি, s. দাত কামোৰাৰ সবল, the noise of gnasting the teeth. ককাই, ২. পাতেৰে সবদ কৰি দাত চোবাই, to gnash the teeth. ককৰি জল, s. স দাহনৰ পাচে সৰিল কেঁচ1 হবলৈ পানি আদি দিয়াliba tions of water poured out for the dead.