সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

BORINES মৃতকৰ সাজপাৰৰ দৰেই তাৰ ওপৰত আজি মোৰ ঘৃণা আৰু অৱজ্ঞা আহিছে। তুমি মোৰ চিঠিৰ উত্তৰ দিয়া নাই, বোধ হয় নিদিবাও। আৱশ্যক -নাই, এনে কথা কব নোৱাৰোঁ। সময়ত কেতিয়াবা বিহো বাম্প হৈ উৰি যায়,—তোমাৰ মোৰ পুনৰ লগালগি হোৱা কি আচৰিত? এই উপাদেয় অনিশ্চয়তাখিনিয়ে জুৰুলা অন্তৰৰ সম্বল। জীৱন ৰহস্যময়। যদি কোনোবাই কলে হয়—'সৌন্দৰ্যময়'! ইতি ১৫২ তোমাৰ— প্ৰকাশ