সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছৰ কেফাকিও গাওঁ — “ প্ৰাণপ্ৰিয় মোৰ শৰতৰ জোন হৃদয় আকাশ উজল কৰা, পাৰ মাজেদি আৰু এটি জোনে চোৱাছে৷ ঢালিছে অমিয় ধাৰা। যিদিনা তোমাৰ প্ৰাণৰ কবিয়ে দূৰ অসীমত মিলিব গই, কাকনো এলুৱা ৰূপহী হাঁহিৰে — - আহি মোৰ জোনে চাবহি অই।” — দুৱৰা দেৱৰ “ওমৰ তীৰ্থ”ৰ পৰা। অৰুণাৰ মই একো খবৰকে পোৱা নাই, তুমি কিবা পোৱানে? মৰম লবা। ইতি ১৪১ তোমাৰ— প্ৰকাশ