পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8⁰ শত যোজনত থাকি হুমৰণ কৰে। তেতিক্ষণে দুৰ্যোব হস্তব পাপ তবে॥ স্নানত দুষ্কৃত যত গুচয় নিশেষ। কল্যাণ লভিয়া পায় পুণ্য কথা শেষ॥ ২০১২ দেখিলে পাতক হবে এক জনমৰ। পবশিলে নষ্ট হোৱে জনম শতৰ॥ স্নানিলতে সহস্ৰ জনমৰ পাপ নাশ। স্নান দান জপে হোৰে ব্ৰহ্মৰ প্ৰকাশ॥ ২০১৩ অন্তকালে যিবা জনে গঙ্গাত মজয়। মুকুতি লভিয়া ঘোব সংসাৰ তৰয়॥ চাৰি মুখে ব্ৰহ্মা গুণ বৰ্ণাইতে নপাৰি। হেন গঙ্গাতীৰ পাইল৷ ৰাঘৰ মুৰাৰি॥ ২০১৪ বায়ুৰ পৰশে ঢৌ উঠলন্তে আছে। ৰাম দৰ্শনে গঙ্গাদেবী যেন নাচে | ফেনগণ হৈল যেন সচকিত হাস। জলৰ উল্লোল যেন দেখয় প্ৰকাশ॥ ২০১৫ নিজাৱৰ্ত্ত হাতে গঙ্গ! আহ্বান কবিল। গঙ্গাক দেখিয়া বামে শোক পাশবিল॥ কুম্ভীব কচ্ছপ মৎস শিশু ঘৰিয়াল। নানাবিধ জলজন্তু কৰয় আস্ফাল॥ ২০১৬ হংস সাবসৰ মধ্যে বক চক্ৰবাক। জলচৰ পক্ষীগণ লখি জাকে জাক॥ দুখতে হবিষ কিছু ভৈল গঙ্গাকূলে৷ বসিলা ৰথব নামি ইঙ্গুদিব মূলে॥ ২০১৭ সুমন্ত্ৰ ৰথব ঘোড়া কৰিল। উদাস। জলপান কৰায়া ঘোৰাক দিল। ঘাস॥ শৃঙ্গৱেৰ পূবে বীব ইন্দ্ৰ সমসব। গুহ নামে ৰাজা বৰ সুহৃদ বামব৷ ২০১৮ চাণ্ডালৰ বাজা তেহো বাৰ্ত্তা পাছে পাইল। মুখ্য মুখ্য পাত্ৰ লৈয়া বাম পাশে আইল॥ ৰামায়ণ

দূৰতে ৰামক দেখি নমাইলেক মাথ।

সাষ্টাঙ্গে প্ৰণামি যুবিলেক যোৰহাত॥ ২০১: কৰ্পূৰ তাম্বুল যত বিবিধ ভক্ষণ। ৰামৰ আগত কৰিলেক উপসন॥ আইন আইস গুহ বুলি বামে দিলা বাৰ। সন্নিত চাপিলা গৈলা বিনয় সভাৱ॥ ২০২০ দুই বাহু মেলি ৰামে সাৱটি ধৰিলা। গ্ৰীৱাত ধৰিয়৷ মাথে চুম্বন কবিলা॥ কিনো শুভদিন আজি দেখিলোহো তোক। এবাইলোহে৷ ক্ষণতেক হৃদয়ৰ শোক॥ ২০২১

কুশল বাৰ্ত্তাক পুছি দিলন্ত সিদ্ধান্ত।

আদি অন্তে কহিলন্ত আপোন বৃত্তান্ত॥ পবিগ্ৰহ তেজিলোহো তাপসব ভাৱ৷ অন্ন পান দ্ৰব্য যত ঠাৰক পঠাৰ॥ ২০২২ বাকলি বসন ফল মূলে মোৰ আশ। পাইলে। তোৰ আদৰ ঘোবাক দিয়ে ঘাস॥ সন্ধ্যা কবিলন্ত বাম লখাই মহাবীৰে। । তৃণ শয্য৷ নিৰ্ম্মিল! লক্ষ্মণ গঙ্গাতীৰে॥ ২০২৩ তৃণব শয্যাত বানে ঘেলাইলন্ত গাৱ। সীতাও চাপিল৷ গৈয়৷ সলজ্জিত ভাৱ। স্লমন্ত্ৰ লক্ষ্মণ গুহ গঙ্গাৰ কূলত। তিনি জনে বিষাদিত বৃক্ষৰ শূলত॥ ২০২৪ গুহ ৰাজে বোলে লক্ষ্মণৰ মুখ চাই। তোমাক দিবাক আছে পত্ৰক বিছাই॥ ইহাতে শুতিয়ে৷ তুমি মন্যু পৰিহবি। সসৈন্যে পহৰা দিবো হাতে ধনুধবি। ২০২৫ লক্ষণে বোলন্ত শুনা ওহ মহাবীৰ।

কেনে নিদ্ৰা যাইবে৷ শোকে দগধ শৰীৰ॥

কৌশল্যা সুমিত্ৰা মাৱ বাপ দশৰথ। i দ্ৰুত ফটাই মৰে দুইয়ো দহে অন্তৰ্গত | ০২৬ [1]