সমললৈ যাওক

পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড যাহাৰ তুলত লৰে চতুৰঙ্গ দল। স্বৰ্গদ্বাৰ ভেদয় সৈন্যব কোলাহল॥ হেন ৰাম সীতা শুতিলন্ত তৰুতল। নৰহয় প্ৰাণ মন কবয় বিকল॥ ২০২৭ যাহাৰ সেৱক হস্তী ঘোড়া ৰথে চড়ি। আগে পাছে সেৱা কৰি চলে দৰদৰি॥ তাহান বিপতি হেন মিলিল অপায়। জাৱনতো ধিক মোব পৰাণ নযায়। ২০২৮ শুনি গুহ নৃপতিব পৰাণ নসহে। দশবগ বহ্নি জ্বলি অন্তৰ্গত দহে। তিনিকে৷ পীড়িলে শোক জলিয়া প্ৰচণ্ড। কান্দন্তে গুহাইল ৰাত্ৰি উদিত মাৰ্ত্তণ্ড॥ ২০২৯ বাঘৱে বোলন্ত লখাই ঝাণ্টে চাল ৰাৰ। পুহাইল বজনী কুলি তেজিলেক বাৱ॥ ময়ূবৰ নাদে শুন পৃবিলেক বন। ধনু কাণ্ড লৈয়ো ভাই কবিয়ে৷ গমন॥ ২০৩০ ৰামৰ বচন শুনি বিনীত লক্ষ্মণে। তূণ বাণ খড়্গ সাজি লৈলা তেতিক্ষণে॥ আগত লক্ষ্মণ সীতা পাছে ৰঘুনাথ। আগ বাঢ় হুমন্ত্ৰ জুৰিলা জোৰহাত॥ ২০৩১ লখিলোহো ভূমি পাৰে ধৰিলাহা দিশ। আজ্ঞ৷ দিয়ে৷ প্ৰভু মই কবিবোহো কিস॥ ৰাঘৱে বোলন্ত মন্ত্ৰী অযোধ্যাক চল। লোকত জনাইবে মোৰ বাৰ্ত্তাক কুশল॥ ২০৩২ হেন শুনি মন্ত্ৰী ভৈল বিকল স্বভাৱ। মৰিলোহো বুলিয়| দিলেক দীৰ্ঘৰাৱ॥ আশেষ কান্দিয়৷ বোলে চৰণত ধৰি। দেশক নযাইবো থাকো তযু সেৱা কৰি॥ ২০৩৩ শ্ৰীৰামে বোলন্ত মন্ত্ৰী হেন নোহে যোগ। তিনি দিন বাপৰ নাহিকে ৰাজভোগ॥ ৬ . জীৱন্তে কি দশৰণে তেজিলন্ত মোক। আশ্বাসিবি ভালে তাঙ্ক যেন পলাই শোক॥২০৩৪ ৰাগৰ চৰিত্ৰ কথা অমৃত পবম। সংসাৰ তৰস ইটে। উপায় সুগম | জানিয়া ৰামব পাৱে থিৰ কৰি মন। বোলা ৰাম ৰাম সবে সামাজিক জন॥ ২০৩৫ আমাৰ বাপব বচন মোৰ শুনহ। দুখব ভাজন কুশল বাৰ্ত্তাক কহ॥ জীৱন্তে আছন্ত কৈবে দুইবে৷ আগে কৌশল্যা সুমিত্ৰা আই। কৈকেয়ী প্ৰমুখ্যে সুম বিদায়। দুলৰাঁ। বামে বুলিলন্ত স্বাদু বনফল খাই॥ ২০৩৬ বাপৰ চৰণ আছো বনবাস জনাইবাহা পাছে মোক। তুমি প্ৰিয়মন্ত্ৰী ভৰতক ঝাণ্টে বাপব আগত তুমি সব তেজা শোক॥ অবিবোধে বন তোমাত ৰাম ভকত। দুখব ভাজনী হুখে জীৱে তিনি ভৰতক মোব ৪১ নাৱক প্ৰণামি কৈকেয়ী সদৃশ ভালে মই আছো নবক নাইতে শকত | ২০৩৭ বন্দিয়া বুলিবি তেজিয়োক সব শোক। তবু সত্য পালি বাজ্যে থাপিয়োক ত্বৰিতে দেখিবা মোক॥ হুভাষিত মোব ভাই। তেজিয়া বাইবো বচন বুলিবি দেখিবে মোহোৰ কৌশল্যা সুমিত্ৰ৷ আই॥ ২০৩৮