ৰামায়ণ নাসা ভৈল তিল ফুল বন্দুলি অধৰ। মুকুতাপকতি দন্ত পান্তি মনোহৰ॥ মনোহব অধৰ অধিক বিশ্বফল। সীতায়ে বোলন্ত প্ৰভু দেৱ নিজনাহা। কোন দোষে প্ৰভু মোক পৰিহৰি যাহা॥ ১৮ পূৰ্ব্বজন্মে নৰাধিলো পাৰ্ব্বতী শঙ্কৰ। তিনি ৰেখা সমে জ্বলে হুশোভিত গল॥ ১৮২৯! সি কাৰণে মোক পৰিহৰে প্ৰাণেশ্বৰ॥ বাহু দুইখান তোৰ মৃণালত সবি। সূৰ্য্যকূলে উতপতি অযোধ্যাৰ পতি৷ উদৰত ত্ৰিবলীকা মৰখাট খৰি॥ দুখৱতী নাৰী কৰো তোমাত ভকতি॥ ১৮৩৭ হব কোপবহ্নি পাড়ে খুজি নাপাই জুৰ। চৈধ্যয় বৰিষ লাগি তুমি বন যাইবা। নাভি সবোবৰে কামদেৱে দিল বুৰ॥ ১৮৩০ ইজন্মক লাগি মোৰ মানে বুৰুয়াইবা॥ নিজ পুব পশি কামে মুদিল দুৱাৰ। চম্পক কলিকা যেন মোৰ কলেৱৰ। উদবৰ লোমপান্তি ধুম ভৈল তাব॥ লুণ্ডি ঘুণ্ডি আছিলাহা যেহেন ভ্ৰমৰ॥ ১৮৩৮ যেবে আসি বিকশিত হৈল ফুল ফল। উপভোগ এৰি কেনে কৰাহা নিস্ফল॥ সূৰ্য্য অবিহনে যেন নোশোভয় দিন। ৰজনী নোশোভে যেন শশধব হীন॥ ১৮৩৯ বসন্ত নোশোভে বিনে কোকিলব বোলে। অমৃতব কূপ সম মন্মথৰ পুৰ। সৰন জঘন তোৰ প্ৰকাশে প্ৰচুব॥ সুকুমাৰ উৰু ৰাম কদলীৰ সম। জঙ্ঘা দুইব কান্তি আতি দেখি মনোৰম। ১৮৩২ | নিষ্ফল জীৱন প্ৰভু তুমি বিনে কোলে॥ হুগুপুত গ্ৰন্থি আতি বঙ্গ৷ দুই পাৱ। হুমবন্তে প্ৰভু মোৰ লাগে হৃদি খেদ। বোলো স্বামী দেৱ নকবিও বন্ধু ছেদ॥ ১৮৪০ কমন অঙ্গত মোক হীন দেখিলাহা। কি কাৰণে প্ৰভু মোক উপেক্ষিয়| যাহা॥ তোমাক বোলোহো তুমি ৰাজাব কুমাৰ। দাৰুণ বনক কেনে যাইবা একেশ্বৰ॥ ১৮৪১ যমৰ কৰণ সম দুৰ্গম দুস্তৰ। সুমবন্তে হৃদি খেদ গহন গহ্বৰ॥ ৰাঘৱে বোলন্ত সীতা থিৰ চিত কৰা। আমাৰ বচন তুমি দৃঢ় কৰি ধৰা॥ ১৮৪২ আমি বন গৈলে দেৱ দ্বিজ আৰাধিবা। উপবাস ব্ৰতে মোৰ কল্যাণ সাধিবা॥ ভাই মোৰ সুবোধ ভৰত শত্ৰুঘন। দেৱ হেন আৰধিবে সকৰুণ মন॥ ১৮৪৩ ডম্বকব মধ্যদেশ সদৃশ কঙ্কাল। কাঞ্চিয়ে ৰঞ্জিত আতি নিতম্ব বিশাল॥ ১৮৩১ নৰ কিশলয় দল সদৃশ স্বভাৱ॥ মন্থৰ গমনে কুঞ্জবৰ তেজ হবে। নুপূৰৰ শৱদে সাবস অনুসৰে॥ ১৮৩৩ সূৰ্য্যৰ উপম| দুই কুণ্ডলব জ্যোতি। তাবাগণ চমক মাণিক গজমতি॥ সুবগণ গন্ধৰ্ব্ব নাগৰ তেজ হৰে। বেশ দেখি কিমতে যুৱতে প্ৰাণ ধৰে॥ ১৮৩৪ জীৱন্তে ঘৃতক মই তোক পৰিহৰো। গলে শিলা বান্ধিয়া সাগৰে জাম্প কৰো। পৰিহৰ দুখ সীতা চিন্তা শোক ৰোগ। মৰন্তা জনৰ দূৰ নোহে হেন যোগ॥ ১৮৩৫ বাপৰ বচন মই কেনে পৰিহৰো। গহ এৰ ক্ষমা কৰ হাতে তোৰ ধৰো।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৪
অৱয়ব