পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আউৰ বৰ মাগি ভৰতক দিতে ৰাজ॥ পাপক সঞ্চিলে মিলিল বিঘাত কৈকেয়ীয়ে কাল সৰ্প। মাৰৰ বচন কালে পাইলে আৰ হৰি লৈল বলদৰ্প॥ ১৮২০ ভৈল চিত উপশাম। নাহি আন মন শ্ৰী ভৈল চন্ন শুনা প্ৰাণেশ্বৰী সাক্ষাতে লৈ যায় যম। আসিয়ে৷ক বান্ধ আমি শিৰোগত কৰি। 8 পৰম দাৰুণ হা প্ৰভু বুলি অযোধ্যাক পৰিহৰি॥ ১৮২১ বিষাদে মনত লৈলন্ত ৰাজাত নকৰিবা কিছু শোক। শৰীৰ দংশিলে বাক্য বিষে ছলি যেন মহাদেৱ আতি মহাভয় দেখিলেহো মই তোক॥ শুনি আতিশয় শুনিয়৷ সীতা গোসানী। বিলাপ কৰন্ত ৰতি॥ নাহি গাৱে তত নাহিকে জীৱন হাতৰ খসে বলয়। চেতন লভিয়া আজি যাইবো বন মাটিৰ ভিতৰ হৃদয়ত মুঠি হানি॥ ১৮২২ যেহেন দেবী পাৰ্ব্বতী। অযোধ্যাকাণ্ড চিত্ত থিৰ কৰি বাপৰ বচন পৰিছেদ কৰি পৰিলা ভূমিত ৰামৰ বচন শিৱৰ আগত দহিল৷ কামক যেন মৃগ নলৰয়॥ ১৮২৩ কতনে৷ পাপ কৰিলো। শৰীৰ কম্পয় সিংহৰ ত্ৰাসত তথাপিতো নমৰিলো॥ সীতায়ে বোলন্ত প্ৰবেশি আছিলো 1 কিনো অপৰাধে শোক অগনিত দিয়া। আমি পতিব্ৰতা নাৰীক গোসাই চলিলা কেনে তেজিয়া॥ ১৮২৪ বুলিয়া জানকী নযাইবাহা প্ৰভু আঞ্চলত ধৰিলন্ত। যেন লক্ষ্মীদেবী চৰণত পৰিলন্ত॥ ৰাঘৱে বোলন্ত শুনিয়োক হিতপক্ষ। বাপৰ বচন কৌশল্যা মাক প্ৰভু তুমি মোক তেজিয়া বনক নযাইবো ইটো অশক্য॥ ১৮২৫ আদি কৰি যত মায়াময় ইটে৷ তেজিলোহো বন্ধুগণ। ঈশ্বৰ বিষ্ণুৰ উঠা প্ৰাণেশ্বৰী নমো নমো ৰাম আজি চলি যাইবো বন। গৃহ সুখ তেজি দুখ উপসাম ২৫ যাহাৰ উপাম নাহি ইটে৷ ত্ৰিভুবনে। হৌক ৰাম ৰাম বোলা সামাজিক জনে॥ ১৮২৬ ৰামৰ লগত যাবলৈ সীতাৰ প্ৰাৰ্থনা। পদ। তেজিলোহো মিত্ৰ যত অযোধ্যানগৰী। মোহ এৰিলোহে৷ সীত৷ সৰ্ব্বাঙ্গসুন্দৰী॥ মুখচন্দ্ৰ অৰি অমৃতৰ অভিলাষে। গ্ৰসিবাক লাগি বাহু আসি ভৈলা পাশে॥ ১৮-২৭৭ ভ্ৰুৱযুগ ধনুত কটাক্ষ যেন শৰ। চমকিয়া ৰাহু গৈল গগন উপব॥ নীলোৎপল দল সম নয়ন যুগল। দেখি মুনিগণে হোয়ে মোহিত সকল। ১৮২৮