2४ আতি অপৰ্যন্ত গাৱে অলঙ্কাব ধৰি। মোৰ স্বামী বাম মনে কৌতুহল আমি হৈবে৷ পটেশ্বৰী॥ ১৮১১ কৰিলন্ত ঠাৱে ঠাৰ। গণত হাসন্ত সীতা জগতৰ নাৱ॥ প্ৰসন্ন নয়ন প্ৰাণনাথ ৰাম কৰি দুৱাৰক চাইল৷ পবিল ঝামব গধূলি কালব মুখ অনুৰূপ দিন। আসা দবশন পাইল॥ ১৮১২ প্ৰদক্ষিণ কৰি হাতবোৰ কৰি সীতা জনকব জীৱ। ৰাজা হৈব৷ আজি প্ৰভায় ভৈল৷ বিহীন॥ অন্তৰ্গতে পাচে সঙ্কোচে ভৈলন্ত থিৱ বাঘৱৰ বৰনাৰী। ধীৰে ধীৰে নাৱ কি কাৰণে প্ৰভু জনক বাজ৷ জিয়াৰী আতি অপ্ৰমাদী পঢ়ি মন্ত্ৰ মূল নোশোভে বাগব তোমাৰ লগত নিয়মে আছন্ত হবিষ বদন হৰিষ কৰন্ত অনেক মঙ্গল গুণে অনুপাম ব্ৰাহ্মণ গত আছন্ত। নিৰ্দিল তযু শিৰত॥ কিনো বিপৰীত ৰামায়ণ ৰামৰ পাচত ॥ ১৮১৩ কাৰ্য্যক লখিয়া দেখিয় কেনে বিবাদ॥ ১৮১৪ নাহি ৰাজ অলঙ্কাৰ। ॥ যেন দিনকৰ স্বামীক নমিল বুলিলা বচন মন্ত্ৰী পাত্ৰ আদি হৰিব কালত দূৰ্ব্বাক্ষত ফুল ধৱল চামৰ অথিৰ চৰিত দেখোহো চিত্ত তোমাৰ॥ ১৮১৫ ৰাজলক্ষ্মী ধৰ নাসিল কেনে লগত। চলন্তে বেগত আতি মনোৰম তুলিতে দান্তে শকত॥ যুগুত কাঞ্চন ময়। হেন পুষ্পবথ তোমাৰ ভকত সমবে শকত কেনে প্ৰভু নচলয়॥ ১৮১৬ হুৰণৰ বথ আনে৷ বাজ সেনাগণ। নকৰে কেনে গমন | কবি কৌতূহল শোভন কৰি যুগুত। আনে৷ নানা মত নলখোহো ৰাজ্য কৈয়ো অভিপ্ৰায় হেন শুনি পাচে সাৱধান কবি নচলৰ অদভূত॥ ১৮১৭ পৰম নিৰ্ম্মল মেৰু পৰ্ববতক সীতাক দিলা উত্তৰ। মন্ত্ৰী পাত্ৰ যত অভিষেক ভৈল ভঙ্গ॥ সুশোভন চিত প্ৰমত্ত কুঞ্জৰ তোমাৰ লগত গোসাইৰ লগত অভিষেক বিধি শুক্ল ঘোড়া যত বচনে চান্দিয়া অষ্ট তুৰঙ্গম তেজিয়া ৰাজ্যক অঙ্গ। কি কাৰণে প্ৰভু যেন ভৈল আথান্তৰ॥ ১৮১৮ তুমি ভৈল৷ উতপতি। গৈলা কৈকেয়ীৰ ঠাৰ কৰন্তে মঙ্গল তোমাৰ সঙ্গত প্ৰভু ৰামচন্দ্ৰে শুনা প্ৰাণেশ্বৰী শুদ্ধমতী শান্তী সতী॥ ৰাজ ঋষি কুলে ধৰ্ম্মেসে চৰিত্ৰ বিহিয়া নৃপতি বৰ দুই মাগি লৈলন্ত কৈকেয়ী মাৱ॥ ১৮১৯ চৈধ্য বৰ্ষিক আমি যাইবো বনমাজ।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩২
অৱয়ব