অযোধ্যাকাণ্ড দুখৰ সহায় হৈবে৷ যোগাইবোহো ফল। সেৱা কৰি থাকিবোহো চৰণ যুগল॥ তোমাৰ সঙ্গতি হৈবে৷ মোৰ এহি সাব। বনবাসে পৰিচৰ্য্যা কবিবো তোমাৰ॥ ১৭৬৭ ৰাঘবে বোলন্ত শুন সুমিত্ৰা নন্দন। বন্ধুজন এৰি তুমি নজাইবাহা বন | কৌশল্যা মাৱৰ শোক হৈব অনুপান। তোব দবশনে কিছু হৈব উপশান॥ ১৭৬৮ একুটীৰ পুত্ৰ নই বনবাসে যাইবো। সি কাৰণে মাৰ মোৰ বৰ দুখ পাইব॥ আশ্বামিবি ইহাঙ্ক হুমিত্ৰা আব আই। কেন বনে নাইবি তই লক্ষ্মণ ভৈয়াই॥ ১৭৬৯। দুই আন্ধলীৰ লাঠ কহি লাগি যায়॥ বনবাসে গৈলে বব নিকাৰকে পাইব। এত হন্তে তান দুই চৰণত ধৰি। চৈধ্য বৰিষক লাগি অন্নকে নগাইব | ফল মূল এবিয়া ভক্ষণ নাহি যান। বৃক্ষব বাকলি মাত্ৰ হৈবে পৰিধান॥ ১৭৭০ বাপেৰ আজ্ঞাক আমি শিবোগত কবি। চলি যাইবে৷ আজি অবোধ্যাক পবিহবি॥ ৰাজ্যৰ ভোগত আমি ভৈলোহো নৈবাণ। আতি বব দুখে খপিবোহো বনবান॥ ১৭৭১ জঁ'টাৰ ভিতবে পশি ওকণীয়ে খাইব। হাতৰ পাৱৰ নখ বাঢ়ি বাঢ়ি নাইব। বাবিষ৷ কালত আমি বৰ দুখ পাইব। একো একো ৰজনী বৰিন সম যাইব॥ ১৭৭২ আগে নবিনয়ে কোপ উপশায় কবি। ১৭৭৭ হেন দেখি কৌশল্যা হৃদয়ে মুঠ হানি। মুখ চাই বানক বুলিল৷ দেবী বাণী॥ ৰূপে তপে পাইলোহে৷ তোমাক গৰ্ভে ধৰি। পবন আশায়ে তুলিলোহে৷ বব কৰি॥ ১৭৭৮ কৈকেৰী প্ৰচণ্ড সূৰ্য জনিল তবান। পুত্ৰ তক ছায়াত কৰিলে৷ বব আশ॥ ফল ধৰিবাৰ নেবে হৈগৈল সময়। মোব কৰ্ম্ম বায়ু উবে বিধি বিবময়॥ ১৭৭৯ সতিনীৰ পৰাভব কতক সহিবো। সত্যে সত্যে কহিলাগে জীবন ত্যজিবো॥ বৈবিণাৰ বোলে বাম দেশব বঙ্গাস। কিশলয় সম তোৰ কুশল স্বভাৱ। আদিত্যব ৰশ্মি ভালে নসহয় গাৱ। বাহুৰিয়া চল ভৈয়াই আপোনাৰ ঠাৱ। মৰিবন্ত কান্দিয়া সুমিত্ৰা তোৰ নাৰ। ১৭৭৩ আগবাঢ়ি লক্ষ্মণে যুবিল| দুই হাত। প্ৰাণ ৰাম বুলি নমিলন্ত নাথ | ২১ তুমি এবি গৈলে মই যাইবো দেশান্তৰ। নুহি আজি কটাৰত কবিবোহো ভব। ১৭৭৪ হেন শুনি ৰামৰ কৌতুক বৰ ভৈল। বনক যাইবাক লক্ষ্মণক এগে লৈল॥ শুন শুন বোলো তোক ভৈয়াই লক্ষণ। আমাৰ লগত বাপ তই নাইবি বন॥ ১৭৭৫ আদি অন্ত কথা শুনি আপোনাৰ ঠাৰে। আথে বেথে আসিলা সুমিত্ৰা নিজনাৱে॥ দুই বাহু মেলি দোহান্তব গলে পৰ্বি। দীৰ্ঘ বাৱে কান্দিলা অনেক মন্ত্ৰা কৰি॥ ১৭৭৬ কিনো পাপ কৰিলোহো কৌশল্যায়ে বাই। বাজধৰ্ম্ম দেখে বা নজ। বনবাস॥ ১৭৮০ হুশুনিলি বাথু তই মণ্ডুৰ বচন। আমি কহে। শুন বাস ভালে দিয়া || কান কাজ নুবুজস বাহুল চৰিত। হেন গুৰু বচন বাধিব নিতে নিত॥॥ ১৭৮১
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৯
অৱয়ব