অযোধ্যাকাণ্ড ১৯ অনুমতি দিয়োক বাধিতে হুযুৱায়। তোমাৰ চবণ ভালে কৰিবোহো সেৱ। ৰণে সমসৰ মোৰ নুহিকয় কেৱ | কাম বশ বাপৰ বচন পৰিহবি। ৰাজ্য ভাৰ লৈয়ো ঝাণ্টে অযোধ্যানগৰী॥ ১৭৩৭ হেন শুনি কৌশল্যায়ো বুলিলা বচন। হিত উপদেশ বোলে সুমিত্ৰা নন্দন॥ এহিসে কৰিতে আদেশিলা মহাৰায়॥ ১৭৪৪ মোৰ বিধি লিখিতক বাধিতে নোৱাৰি। ৰাজ্য শ্ৰী এৰিলেহো আপোন ওৱাৰি॥ মোৰ শোকে দগধ বাপক ভালে চাহা। তাহাক নিষ্ঠুব বোলা মোৰ মাথা খাহা॥ ১৭৪৫ অনুদিনে লখাই ভকতি তোত কৰে। পৰশু ৰামক কোপে বাপে আদেশিল। তোমাব অনিষ্ট দেখি অনুশোচ কবে॥ ১৭৩৮ : কাটিয়া মাৱৰ মাথা পিতৃ আগে দিল॥ আন বোল কবিয়োক জীৱন উপাই। আমাৰ বচন ভালে কৰিতে ঘুৱাই॥ মাৱত ভকতি আবে কবি নিতে নিত। সিকাৰণে কাশ্যপব কৈলামত থিত॥ ১৭৩৯ মোৰ জীৱনক নেবে আছে অভিপ্ৰায়। বাপব বচনে বনে যাইতে নুনুৱায়॥ সাপধ্ন্য ভাতৃক জিনি মাতৃব বচনে। গণ্ডু নামে ঋষি পিতৃ আজ্ঞাক ধবিল। অদভুত কৰ্ম্ম ভেৱে গোবধ কৰ্বিল॥ ১৬৪৬ স্বৰূপ বুলিলি বাপ লখাই মহাবীব। তোহোৰ আগত কোনে হৈবে পাৰে থিৰ॥ অসাব জীৱন দিন মাত্ৰ কতিপয়। তাকে লাগি চিন্তিবোহে৷ গোত্ৰৰ প্ৰলয়॥ ১৭৪৭ ভালে জানো লখাই তোৰ আমাত ভকতি। ইন্দ্ৰে কাঢ়ি লৈলা অম্ৰাৱতী ৰঙ্গমনে। ১৭৪০ ! মোৰ অৰ্থে প্ৰাণ দিতে আছয় শকতি॥ হেন বুলি থাকিলা কোশল ৰাজজীৱ। হাতযোবে ৰামচন্দ্ৰ আগে ভৈল থিৱ॥ • অনুজ্ঞা দিয়োক মাৰ চৰণত ধৰোঁ। বাপৰ আদেশ মই কেনে পৰিহবে৷। ১৭৪১ বিনয়ে কাৰ কৰো কুখিধৰ মাৰ। আজ্ঞা দিয়ে৷ চলো বনে তেজি নিজ ঠাই॥ কৈকেয়ীব বোলে বন আদেশিলা বায়। সমত দিয়োক বাধিবাক নুঘুৱায়॥ ১৭৪২ যামদগ্নি ৰামে যত বুলিলন্ত গৰ্ব্ব। মোৰ বাহুবলে তাক হৰিলেক সৰ্ব্ব॥ আমি হেন মহাবীৰ পিতৃত ভকত। আজ্ঞা ভৈলে ত্ৰিভুবন জিনিবে শকত॥ ১৭৪৩ সত্য পাশে কৈকেয়ী ৰাজাক বন্দি কৈলা। পলৰৰ চাবত দিগ্গজ বন্দী ভৈলা॥ শুন শুন বোলোহো লক্ষ্মণ বিদ্যমান। পিতৃশোকে মৰো হৃদয়ত দেস হান॥ ১৭৪৮ তই জান কৈকেয়ীব নিকাৰুণ কায়া। ভৰতত অতিৰেক মোত বব দায়া॥ মোৰ দৈৱে চিত পৰিৱৰ্ত্ত ভৈল তান। অন্যথা নুহিকে বাক সত্যে সত্যে জান॥ ১৭৪৯ ৰাজবংশে উতপতি স্বভাৱে কৈলাণী। দৈব বশে তান চিত হৈল হেন জানি॥ মোৰ কৰ্ম্মে অভিষেকে নিলিল বিঘাত। মন পৰিতাপ পৰিহবিয়ে৷ ইয়াত॥ ১৭৫০ সুখ দুখ দুই ভুঞ্জিলেহে যায় ক্ষয়। | তুলা ধৰিয়াছে বিধি ভাগ্যেসে মিলয়॥ দৈবে সমে যুজে কোনে কহতো কাহিনি। কৈকেয়ীক দোষ কেন দিয়স নাজানি॥ ১৭৫১ 1
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৭
অৱয়ব